মইনবড়ী সত্ৰৰ স্থানান্তৰক লৈ নিজৰ স্থিতিত অটল হিমন্ত বিশ্ব শৰ্মা। কেৱল সত্ৰই নহয়, এইবাৰ মন্দিৰো নোহোৱা হৈছে বুলি মন্তব্য কৰিছে হিমন্তই। মইনবড়ি সত্ৰ স্থানান্তৰৰ বিতৰ্ক আৰু অধিক বঢ়াই তুলিছে জয়ন্ত মল্ল বৰুৱাৰ এক টুইটে।

More info @ http://bit.ly/2FPtE7T
Automated post from Tultul Kutum Axom Page – http://bit.ly/2GIlvDY
January 20, 2019 at 01:59AM

Advertisements

জনজাতি মূলৰ মিঞাক জনজাতিৰ মৰ্য্যাদা দিবলৈ আমিও চৰকাৰৰ ওচৰত দাবী জনাইছো ।

More info @ http://bit.ly/2AWmo6L
Automated post from Tultul Kutum Axom Page – http://bit.ly/2GIlvDY
January 19, 2019 at 11:44PM

পলিটিক্স নকৰিবা বন্ধু! জুবিনৰ নতুন ’সময়ৰ গান’৷ আনুষ্ঠানিক মুক্তিৰ পূৰ্বেই পৰিৱেশন বঙাইগাঁৱৰ মঞ্চত৷

More info @ http://bit.ly/2T1ijVN
Automated post from Tultul Kutum Axom Page – http://bit.ly/2GIlvDY
January 19, 2019 at 01:39PM

মোক যিমান গালি দিয়ে, গালি দিয়ক। মোৰ কোনো আপত্তি নাই। কাৰণ মই অন্তৰৰপৰা জানোঁ- মই কোনোধৰণৰ বেয়া কাম কৰা নাই আৰু কেতিয়াও নকৰোঁ।

More info @ http://bit.ly/2DkAkcn
Automated post from Tultul Kutum Axom Page – http://bit.ly/2GIlvDY
January 19, 2019 at 12:53AM

Big Breaking News: জোনাইত তালিবানৰ তাণ্ডৱ। হয় আপোনালোকে ঠিকেই শুনিছে , জোনাইত তালিবান ওলাইছে । যোৱাকালি জোনাইৰ নাহৰ বিজুলী, বাউণ্ডাৰি আদি বিভিন্ন অঞ্চলত সাধাৰণ ৰাইজৰ ওপৰত তালিবানী অত্যাচাৰ চলিল । তালিবানৰ আদৰ্শপুষ্ট অপশক্তিৰ কৰ্মী সকলৰ অত্যাচাৰ ইমানেই ঘৃণনীয় আৰু ভয়ানক আছিল যে গাৱৰ কোনো এজন বৃদ্ধ বৃদ্ধা , পুৰুষ-মহিলাৰ পৰা আদি কৰি যুৱক-যুৱতীও সাৰি নগল । টিকু মেদক আৰু ৰাজকুমাৰ পাংগীং নামৰ দুজন ব্যক্তি এই আক্ৰমণত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয় । অপশক্তি দলৰ মেকুৰী বাহিনীয়ে যুৱতী দলে নামৰ মহিলা এগৰাকীক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰি পথৰ দাঁতি পেলাই থৈ যায়। ইমানতো ক্ষান্ত নাথাকি নিৰ্মল নৰহ,শ্ৰীমন্ত দলে আৰু ৰাজকুমাৰ পাংগীং ক অপহৰণ কৰি নি হত্যা কৰিবলৈও চেষ্টা চলায় । লালি নদীৰ মুনমুনি চাপৰিত অপশক্তিৰ সমৰ্থনত বিভিন্ন শ্লগান প্ৰদান কৰোৱায়।।তলৰ ভিডিঅতো তাৰেই কিছু অংশ । অপশক্তি দলৰ মেকুৰী বাহিনীক নেতৃত্ব দিয়া সকল হল B Pegu, B Doley , D Pegu , S Doley , D Doley , G Doley, G Pegu , P Medak । অপশক্তি দলৰ মেকুৰী বাহিনীৰ এই তালিবান সদৃশ কৰ্ম কাণ্ডৰ বিৰূদ্ধে সচেতন জোনাইবাসী ৰাইজে বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । একাংশ লোকৰ মতে এইয়া গণতন্ত্ৰক চূড়ান্ত অপমান। মানুহৰ মৌলিক অধিকাৰ কাঢ়ি লব বিচৰা কাণ্ড । এই কু কৰ্মত জড়িত সকলো ব্যক্তিক অতি শীৰ্ষে কাৰায়ত্ব কৰিবলৈও প্ৰশাসনক দাবী জনায়। একাংশ ব্যক্তিৰ মতে অপশক্তি দলৰ ৰজাৰ নিৰ্দেশতেই মেকুৰী বাহীয়ে এইদৰে তাণ্ডৱ চলাইছে । গতিকে মেকুৰী ৰজাকো গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে । জোনাই বাসী ৰাইজে মেকুৰী ৰজা নিপাত যাওক , মেকুৰী বাহিনীৰ অত্যাচাৰ নচলিব আদি বিভিন্ন ধৰণৰ শ্লগান দি আকাশ বতাহ কপাই তোলে । #জোনাই_আৰক্ষীৰ_পৃষ্ঠপোষকতাতে_এনে_গুণ্ডাৰাজচলি_থকাৰ_অভিযোগ_স্থানীয়_ৰাইজৰ A News by Pabitra Pegu

More info @ http://bit.ly/2MfA4y2
Automated post from Tultul Kutum Axom Page – http://bit.ly/2GIlvDY
January 18, 2019 at 12:52PM

ন্যায় আৰু নিৰাপত্তা বিচাৰি জোনাইত উত্তাল প্ৰতিবাদ। জোনাইত গনশক্তি দলৰ সন্ত্ৰাস। মিচিং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত গনশক্তি দলৰ প্ৰতিদ্বন্দী প্ৰাৰ্থী হিৰেন কুটুমৰ ঘৰত আক্ৰমণ। গনশক্তি দলৰ ভেৰোণীয়া গুণ্ডা বাহিনীয়ে ভাঙি ছিঙি থৈ যায় নিৰ্দলীয় প্ৰাৰ্থী হীৰেণ কুটুমৰ ঘৰ বাৰী। হীৰেন কুটুমৰ তিনি গৰাকী যুৱতী কন্যাকো বেয়া ব্যৱহাৰ কৰাৰ অভিযোগ গুণ্ডা বাহিনীৰ । জোনাই আৰক্ষীক খবৰ দিয়াৰ পিচতো এঘন্টালৈকে সহাৰি নিদিয়াৰ অভিযোগ । গনশক্তি দলৰ জোনাইৰ প্ৰাৰ্থী ৰাজু মেদকৰ নিৰ্দেশত আক্ৰমণৰ অভিযোগ স্থানীয় ৰাইজৰ। ঘটনাৰ উচিত তদন্তৰে দোষীক কঠোৰ শাস্তিৰ দাবী স্থানীয় ৰাইজৰ।

More info @ http://bit.ly/2sAW1Pn
Automated post from Tultul Kutum Axom Page – http://bit.ly/2GIlvDY
January 15, 2019 at 05:38AM

হাগ্ৰামাই বন্ধ কৰালে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ। হাগ্ৰামাৰ ধমকিত সেও মানিলে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে ।

More info @ http://bit.ly/2srnaUJ
Automated post from Tultul Kutum Axom Page – http://bit.ly/2GIlvDY
January 13, 2019 at 04:49PM

ৰাজবংশী হটাও কোঁচ বচাও।। অসমৰ কোঁচসকলক ধ্বংস কৰাৰ বাবে কিছুমান এক শ্ৰেণীৰ দালালে কোঁচৰ পিচত ৰাজবংশী লগাই দিছে । কোঁচসকল এক পৃথক জাতি। এই মন্তব্য কোঁচ জনগোষ্ঠীয় নেতাৰ। শেহতীয়া বাতৰি আৰু মোৰ ব্যক্তিগত জীৱনৰ ভিডিঅৰ লগতে ভিন্ন স্বাদৰ ভিডিঅ নিয়মীয়াকৈ চাই থাকিবলৈ মোৰ YouTube চেনেল ” Tultul Kutum Axom Live” তলৰ লিংকত টিপি Subscribe কৰিব। youtube.com/c/TultulKutumAxomLive

More info @ http://bit.ly/2Fu7I1N
Automated post from Tultul Kutum Axom Page – http://bit.ly/2GIlvDY
January 13, 2019 at 02:08PM

বদৰুদ্দিন আজমল মুছলমানৰ প্ৰতিনিধি নহয়।। সংবিধানৰ নামত শপত খোৱা হিমন্তই ৰাজ ধৰ্ম পালন কৰা উচিত। এই মন্তব্য ব্ৰহ্মপুত্ৰ চিভিল চ’চাইটিৰ।

More info @ http://bit.ly/2RrBZoY
Automated post from Tultul Kutum Axom Page – http://bit.ly/2GIlvDY
January 13, 2019 at 12:10PM

এইজনে দেশৰ প্ৰধানমন্ত্ৰীকেই অপেন চেলেঞ্জ কৰিছিল। পিচে শাস্তি কি দিলে তাৰহে খবৰ নাপালো।

More info @ http://bit.ly/2ST8auu
Automated post from Tultul Kutum Axom Page – http://bit.ly/2GIlvDY
January 13, 2019 at 01:45AM

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত হিমাক্ষী ঠাকুৰীয়া । শেহতীয়া বাতৰি আৰু মোৰ ব্যক্তিগত জীৱনৰ ভিডিঅৰ লগতে ভিন্ন স্বাদৰ ভিডিঅ নিয়মীয়াকৈ চাই থাকিবলৈ মোৰ YouTube চেনেল ” Tultul Kutum Axom Live” তলৰ লিংকত টিপি Subscribe কৰিব। youtube.com/c/TultulKutumAxomLive

More info @ http://bit.ly/2snjNxW
Automated post from Tultul Kutum Axom Page – http://bit.ly/2GIlvDY
January 12, 2019 at 10:00PM

বিপদৰ সন্মুখত সোণোৱাল চৰকাৰ । ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ অসন্তুষ্ট হাগ্ৰামা। ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰিলে পতন ঘটাব চৰকাৰৰ। মুখ্যমন্ত্ৰীৰে কেইবালানি আলোচনাৰ পিচতো মান্তি নহ’ল হাগ্ৰামা। হাগ্ৰামাক লৈ দিল্লীৰ ৰাজদৰবাৰত উপায়হীন সৰ্বা- হিমন্ত ।

More info @ http://bit.ly/2FqbnxI
Automated post from Tultul Kutum Axom Page – http://bit.ly/2GIlvDY
January 12, 2019 at 01:02PM

#অসম_বন্ধৰ_ইতিহাসত_অভূতপূৰ্ব_ঘটনা- বন্ধ আহবানকাৰীয়ে বিনামূলীয়া খাদ্য, জিৰণি, শৌচাগাৰৰ ব্যৱস্থা কৰি দিলে যাত্ৰীৰ। কিছুমান যাত্ৰীৰ বাবে হোটেলৰো ব্যৱস্থা। সদৌ মিচিং ছাত্ৰ সন্থাৰ বিষয় ববীয়াৰ দ্বাৰা যাত্ৰীৰ বাবে এনে ব্যৱস্থা। ট্ৰাইবেল সংঘই আহ্বান কৰা বাৰ ঘন্টীয়া বন্ধত এনে ব্যৱস্থা কৰে সদৌ মিচিং ছাত্ৰ সন্থাই ।

More info @ http://bit.ly/2FqRRB3
Automated post from Tultul Kutum Axom Page – http://bit.ly/2GIlvDY
January 12, 2019 at 02:20AM

বিজেপি চৰকাৰে জনজাতি সকলক নিঃশেষ কৰিব বিচাৰিছে। ট্ৰাইবেল সংঘৰ সংবাদ মেলত এই মন্তব্য আদিত্য খাকলাৰীৰ।

More info @ http://bit.ly/2AFUziM
Automated post from Tultul Kutum Axom Page – http://bit.ly/2GIlvDY
January 12, 2019 at 12:09AM

সোণাৰীত জনজাতীয় সংগঠনৰ কৰ্মীক শাৰীৰিক আক্ৰমণ। বন্ধ আহবান কৰাৰ অভিযোগত শাৰীৰিক অপদস্থ জনজাতীয় সংগঠনৰ কৰ্মীক। সোনাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ তৎপৰতাত উদ্ধাৰ ভুক্তভোগী জনজাতীয় সংগঠনৰ কৰ্মী।।

More info @ http://bit.ly/2FhxmHG
Automated post from Tultul Kutum Axom Page – http://bit.ly/2GIlvDY
January 11, 2019 at 01:06PM

#নাগৰিকত্ব_সংশোধনী_বিধেয়ক_সন্দৰ্ভত_মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰথম প্ৰতিক্ৰিয়া।। সাংবিধানিক ৰক্ষাকবচেহে অসমীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰিব।। অসমৰ চুবুৰীয়া ৰাজ্যসমূহ সুৰক্ষিত কৰি ৰাখিছে সাংবিধানিক ৰক্ষাকবচে। অসমতো সাংবিধানিক ৰক্ষাকবচ প্ৰৱৰ্তনৰ কাম চলি আছে ।। সাংবিধানিক ৰক্ষাকবচ প্ৰৱৰ্তন হ’লে খিলঞ্জীয়া ভূমি পুত্ৰ সকলে যি কথা লৈ ইমান দিনে চিন্তিত হৈ আছিল সেয়া সৰ্বকালৰ বাবে নাইকিয়া হৈ যাব।।

More info @ http://bit.ly/2Fk97c4
Automated post from Tultul Kutum Axom Page – http://bit.ly/2GIlvDY
January 10, 2019 at 07:40PM

বিজেপি নেতাৰ গতি।। নাগৰিকত্ব সংশোধনী সন্দৰ্ভত এনেদৰে ৰাইজে গালি পাৰিছে বিজেপি নেতাক
This video is a mass protest again Citizenship Amendments Bill 2016 before a BJP leader.
More info @ https://youtu.be/ksJ0ZisPgQU
Automated post from Tultul Kutum Axom Page – http://bit.ly/2GIlvDY
January 10, 2019 at 01:04PM

দেশ বিদেশৰ বা বাতৰিৰ লগতে এনে ভিন্ন স্বাদৰ ভিডিঅ নিয়মিতভাৱে চাই থাকিবলৈ মোৰ YouTube চেনেল “Tultul Kutum Axom Live” তলৰ লিংকত টিপি Subscribe কৰক। youtube.com/c/TultulKutumAxomLive

More info @ http://bit.ly/2FitHcG
Automated post from Tultul Kutum Axom Page – http://bit.ly/2GIlvDY
January 10, 2019 at 04:14AM

দেশ বিদেশৰ বা বাতৰিৰ লগতে এনে ভিন্ন স্বাদৰ ভিডিঅ নিয়মিতভাৱে চাই থাকিবলৈ মোৰ YouTube চেনেল “Tultul Kutum Axom Live” তলৰ লিংকত টিপি Subscribe কৰক। https://youtube.com/c/TultulKutumAxomLive

More info @ http://bit.ly/2H5ecqt
Automated post from Tultul Kutum Axom Page – http://bit.ly/2GIlvDY
January 10, 2019 at 04:08AM

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত জুবিন গাৰ্গ

More info @ http://bit.ly/2SJW9r4
Automated post from Tultul Kutum Axom Page – http://bit.ly/2GIlvDY
January 09, 2019 at 02:49AM

গুৱাহাটীৰ ৰাজপথত এনেদৰে পথচাৰীক আক্ৰমণ বন্ধ সমৰ্থকৰ।

More info @ http://bit.ly/2TycleY
Automated post from Tultul Kutum Axom Page – http://bit.ly/2GIlvDY
January 08, 2019 at 06:25PM

#হিমন্ত_হিমন্ত #ছয়_জনগোষ্ঠীৰ জনজাতিকৰণৰ বিধেয়কত অনুমোদন কেন্দ্ৰীয় চৰকাৰৰ। কেবিনেটৰ অনুমোদন নোলোৱাকৈ দাখিল কৰিব সংসদত। কোচ ৰাজবংশী, টাই আহোম, চুতীয়া, মৰাণ, মটক, ৩৬ চাহ জনগোষ্ঠীক জনজাতিকৰণৰ বিধেয়কত অনুমোদন। #ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিধেয়কত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনক আদৰণি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অসম চুক্তিৰ ৬নং অনুচ্ছেদ, সাংবিধানিক মৰ্যাদা প্ৰদান আৰু ৬ জনগোষ্ঠীক জনজাতিকৰণৰ ঐতিহাসিক সিদ্ধান্তৰে প্ৰধানমন্ত্ৰী মোদীয়ে অসমক খিলঞ্জীয়াৰ এক অভেদ্য দুৰ্গলৈ পৰিৱৰ্তন কৰিলে বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ। ইফালে, এই সিদ্ধান্তৰ বাবে টুইটাৰযোগে প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জ্ঞাপন কৰে হিমন্ত বিশ্ব শৰ্মাই। ‘জাতি-মাটি-ভেটি’ ৰক্ষা আৰু খিলঞ্জীয়াৰ হকে কাম কৰাৰ বাবে আমাৰ দায়বদ্ধতা পুনৰ প্ৰতীয়মান হ’ল বুলি টুইটাৰত উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। #নাগৰিকত্ব সংশোধনী বিধেয়কে অসমৰ অস্তিত্ব ৰক্ষা কৰিব। ৰাজ্যৰ ১৭–১৮টা সমষ্টি অসমীয়াৰ হাতত থকাটো নিশ্চিত কৰিলে। বদৰুদ্দিন আজমলৰ হাতলৈ যোৱাৰ পৰা ৰক্ষা পৰিল ১৭–১৮টা সমষ্টি। এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ২০২১ত বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হোৱাৰ পৰা অসম বাচিল বুলিও মন্তব্য মন্ত্ৰীগৰাকীৰ। ১৭–১৮টা সমষ্টিত ৫ লাখ হিন্দু বঙালীয়ে আমাক ভোট নিদিলে আজমলৰ দখললৈ গ’লহেঁতেন। অগপই অসম চুক্তি কৰি যি ভুল কৰিছিল, সেই ভুলৰ পুনৰাবৃত্তি কৰি আজি আন এক ভুল কৰিলে বুলিও মন্তব্য হিমন্ত বিশ্বৰ। #ধৰ্মৰ ভিত্তিত আমি নাগৰিকত্ব দিমেই। তাত ভুল কথা কি আছে? ধৰ্মৰ ভিত্তিত হোৱাৰ বাবেই জাগীৰোডত পীযূষ, মঙলদৈত গুৰুজ্যোতিহঁত বিধায়ক হ’ব পাৰিছে। এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰা বুদ্ধিজীৱীকো সমালোচনা হিমন্ত বিশ্ব শৰ্মাৰ। হীৰেন গোহাঁয়ে অসম আন্দোলনৰ দিনৰ পৰা বিৰোধিতা কৰি আহিছে। মোৰ লগত দুই মিনিট আহি তৰ্ক কৰক, তেওঁ কাৰ হৈ কাম কৰে প্ৰমাণ কৰি দিম। আছুৱে অযথা প্ৰতিবাদ কৰিছে বুলিও মন্তব্য মন্ত্ৰীগৰাকীৰ। অসম চুক্তিৰ ৫নং দফা কাৰ্যকৰীকৰণৰ বাবে কৰা দাবীৰ অৰ্থ নাই বুলি ক’লে হিমন্ত বিশ্বই।

More info @ http://bit.ly/2CW64o3
Automated post from Tultul Kutum Axom Page – http://bit.ly/2GIlvDY
January 08, 2019 at 06:15PM

সংসদত নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত বিতৰ্ক লাইভ http://bit.ly/2RGZSbO

TIME8
Debate on Citizenship (Amendment) Bill, 2016 to begin in Lok Sabha
More info @ http://bit.ly/2RGZSbO
Automated post from Tultul Kutum Axom Page – http://bit.ly/2GIlvDY
January 08, 2019 at 01:45PM

মই এজন ভূমিপুত্ৰ আৰু অসমীয়া জাতিক সুৰক্ষা দিয়াতো মোৰ দায়িত্ব।। সৰ্বানন্দ সোণোৱালৰ মন্তব্
This video is a press conference meet of Chief Minister of Assam, Sarbananda Sonowal.
More info @ https://youtu.be/zNzyutP5rzU
Automated post from Tultul Kutum Axom Page – http://bit.ly/2GIlvDY
January 08, 2019 at 09:29AM

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত বিভিন্ন পক্ষৰ বাদ বিবাদৰ দৃশ্য ।

More info @ http://bit.ly/2scQyxP
Automated post from Tultul Kutum Axom Page – http://bit.ly/2GIlvDY
January 08, 2019 at 02:23AM

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত কংগ্ৰেছৰ দুমুখীয়া স্থিতি।

More info @ http://bit.ly/2FfSeyj
Automated post from Tultul Kutum Axom Page – http://bit.ly/2GIlvDY
January 08, 2019 at 01:36AM

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি স্বাধীন অসমৰ প্ৰসংগ উত্থাপন কৰিলে দল সংগঠন আৰু বুদ্ধিজীৱিয়ে।

More info @ http://bit.ly/2FdkGBA
Automated post from Tultul Kutum Axom Page – http://bit.ly/2GIlvDY
January 08, 2019 at 01:34AM

কলা পতাকা সন্দৰ্ভত হিমন্তৰ প্ৰতিক্ৰিয়া ।

More info @ http://bit.ly/2FdC8oK
Automated post from Tultul Kutum Axom Page – http://bit.ly/2GIlvDY
January 08, 2019 at 01:33AM

দিল্লীত বিজেপিৰ সৈতে মিত্ৰতা ভংগৰ ঘোষণা অগপৰ।

More info @ http://bit.ly/2F9Dt0E
Automated post from Tultul Kutum Axom Page – http://bit.ly/2GIlvDY
January 08, 2019 at 01:33AM

বিজেপিৰ সংগ ত্যাগ কৰি হাগ্ৰামাক অসমৰ মুখ্যমন্ত্ৰী হ’বলৈ আহ্বান অখিল গগৈৰ।

More info @ http://bit.ly/2Fh3WsE
Automated post from Tultul Kutum Axom Page – http://bit.ly/2GIlvDY
January 08, 2019 at 01:32AM

দায়িত্বত থকালৈকে মই অসমক অনিশ্চয়তালৈ ঠেলি নিদিও। ভূমি পুত্ৰ হিছাপে জাতিক সুৰক্ষা দিয়াৰ দায়িত্ব মোৰ আছে। এই মন্তব্য় মুখ্য়মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। অনাহকত আৱেগিক বিতৰ্কৰে অসমক অস্থিৰ নকৰিবলৈ সকীয়নি মুখ্য়মন্ত্ৰীৰ।

More info @ http://bit.ly/2FfGN9M
Automated post from Tultul Kutum Axom Page – http://bit.ly/2GIlvDY
January 08, 2019 at 01:12AM

Mising Oi Nitom- মিচিং ঐনিতম, ৰিয়েলিটি শ্ব, গেৰুকামুখ, বিনোদ কুম্বাং
This video is a video clip of Mising community’s cultural reality show.
More info @ https://youtu.be/2HbvhKFS2_8
Automated post from Tultul Kutum Axom Page – http://bit.ly/2GIlvDY
December 30, 2018 at 12:40PM

%d bloggers like this: