কংগ্ৰেছত আৰম্ভ হৈছে প্ৰাৰ্থিত্ব কেন্দ্ৰিক অন্তঃকলহ। তেজপুৰ-যোৰহাটকে ধৰি কেইবাটাও সমষ্টিত প্ৰাৰ্থিত্বৰ বাবে তৰুণ গগৈ আৰু ৰিপুণ বৰাৰ মাজত চলিছে তুমুল যুদ্ধ। যাৰ বাবে অদ্যপি প্ৰাৰ্থী তালিকা চূৰান্ত কৰিব পৰা নাই কংগ্ৰেছে। ইয়াৰ বিপৰীতে প্ৰাৰ্থীৰ তালিকা চূৰান্ত কৰিছে প্ৰায় সকলোবোৰ দলেই। আগন্তুক দুই এদিনতে মুখ্য ৰাজনৈতিক দলসমূহৰ প্ৰাৰ্থী তালিকা প্ৰকাশ পাব। চূৰান্ত তালিকা প্ৰকাশ নাপালেও কলিয়াবৰত কংগ্ৰেছৰ গৌৰৱ গগৈ, তেজপুৰত বিজেপিৰ হিমন্ত বিশ্ব শৰ্মা, ধুবুৰীত AIUDFৰ বদৰুদ্দিন আজমলৰ প্ৰাৰ্থিত্ব নিশ্চিত। বিজেপি-কংগ্ৰেছৰ নেতৃত্ব এতিয়া তালিকা চূৰান্ত কৰাৰ বাবে নতুন দিল্লীত।


MP Election panel of BJP

More info @ https://ift.tt/2Y2Jxyj
Automated post from Tultul Kutum Axom Page – https://ift.tt/2znmjsa
March 17, 2019 at 09:31AM

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

%d bloggers like this: