আমি কেতিয়া নীৰৱতা অৱলম্বন কৰিব লাগে?


আমি কেতিয়া নীৰৱতা অৱলম্বন কৰিব লাগে?


১)যেতিয়া আমি কি ক’ব লাগে সেই কথা নাজানো । 

২)যেতিয়া আমি কথাটো কেনেকৈ ক’ব লাগে সেই কথা নাজানো ।

৩)যেতিয়া আনে আমাৰ কথা শুনিবলৈ আগ্রহ প্রকাশ নকৰে ।

৪)যেতিয়া আমাৰ কথাই আনক আঘাত কৰিব পাৰে ।

৫)যেতিয়া আমি নিজৰ কথাৰ কাৰণে অনুতপ্ত হ’ব লগা হােৱাৰ আশংকা থাকে । 

৬)যেতিয়া আমি আনে কৰা কুৎসাৰ উত্তৰ দিবলৈ নীৰৱতাকেই শ্রেয় বুলি ভাবো । 

৭)যেতিয়া আমাৰ হৃদয়খন ইমান গধুৰ হৈ থাকে যে তাৰ তুলনাত কথাবােৰ অতি পাতল যেন অনুভৱ হয় ।

 ৮)যেতিয়া আমাৰ মনৰ যন্ত্রণাই নীৰৱতাৰ আশ্রয়ত বেছি নিৰাপদ অনুভৱ কৰে । 

৯)যেতিয়া আমাৰ বাবে নীৰৱতাই হৈ পৰে আটাইতকৈ বেছি বাংময় ।

আৰু সকলোৰে শেষত এটাই কথা তৰাবােৰ জিলিকি থাকে নীৰৱতাৰ মাজত ৷ আমিও সেইটো কৰিব পাৰো ।

via Blogger https://ift.tt/2zLLbtH

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

%d bloggers like this: