মিচিংসকল লোক সাহিত্যত চহকী জাতি


মিচিংসকল লোক সাহিত্যত চহকী জাতি 

মিচিংসকল লোক সাহিত্যত চহকী জাতি | অই:নিতম,কাবান, আঃবাং আদিয়ে মিচিং জাতিৰ
সংস্কৃতিৰ ভঁৰাল চহকী কৰিছে আহিছে | কিন্তু পৰিতাপৰ কথা বৰ্তমান প্রজন্মই
অনা-মিচিং সংস্কৃতি অধিক পৰিমানে আকোঁৱালি লোৱাৰ ফলত আগৰ চিৰসেউজীয়া
অইঃনিতমবোৰ লুপ্ত হ’ব ধৰিছে | আজি কালি নগৰ, গাওঁ অঞ্চলৰ অধিক সংখ্যাক মিচিং
মানুহে অইঃনিতমৰ সলনি আধুনিক মিচিং গীতহে শুনিবলৈ আগ্রহ কৰে | যুগৰ
পৰিবৰ্তনৰ লগত খাপ খুৱাই মিচিং চিনেমা, গানৰ ভিডিঅ’ আদিটো অইঃনিতমৰ সলনি
আধুনিক মিচিং গীতহে অধিক প্রাধ্যন লাভ কৰিছে | আকৌ আজিৰ দদগাং সমূহত
কাবানৰ সলনি মিচিং আধুনিক গীতৰ পয়োভৰ বেছি | কিন্তু অইঃনিতম, কাবান, আঃবাং
আদিবোৰ মিচিং সমাজৰ পৰা হেৰাই গ’লে মিচিং জাতি লোকসাহিত্যৰ ক্ষেত্রত
দুখীয়া হৈ পৰিব বা লোকসাহিত্যহীন এটা জাতিলৈ পৰিণত হ’ব | সেইবাবে নতুন
প্রজন্মৰ মিচিংসকলৰ বাবে অইঃনিতম,কাবান, আঃবাং আদিবোৰ সংৰক্ষণৰ ব্যৱস্থা
কৰিব লাগিব | যাতে নতুন প্রজন্মই সেইবোৰৰ বিষয়ে চৰ্চা কৰি নিজৰ সংস্কৃতি
চিনিব পাৰে | অন্য জাতিৰ আগত গৌৰৱৰে মিচিং সংস্কৃতি বুলি চিনাকী দিব পাৰে | অভিজ্ঞ 
 মিচিং সকলে অইঃনিতম, কাবান,আঃবাং আদি সংৰক্ষণ কৰিব যাতে নজনাসকলৰ বাবে সহায়ক হয় |

via Blogger https://ift.tt/2zLL7tY

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

%d bloggers like this: