সুস্থ_জীৱন_ধাৰণ_শৈলী


সুস্থ_জীৱন_ধাৰণ_শৈলী

43950120_1890967520987507_3839479120836689920_n

প্ৰতিদিনে ১০ ৰ পৰা ৩০ মিনিট প্ৰাতঃ ভ্ৰমনৰ অভ্যাস গঢ়ক৷ ভ্ৰমনৰ সময়ত মুখত হাঁহি ৰাখক৷

প্ৰতিদিনে কমেও ১০ মিনিট মৌন হৈ বহক৷ সেই সময়ত একো নকৰি চকু মুদি ৰাখিব পাৰিলে ভাল৷

প্ৰতিদিনে ৭০ বছৰৰ বেছি বয়সৰ লোকৰ আৰু ৬ বছৰৰ কম বয়সৰ শিশুৰ লগত কিছুসময় কটাওক৷

প্ৰতিদিনে কমেও ৩ জন মানুহৰ মুখত হাঁহি অনাৰ চেষ্টা কৰক৷

অৰ্থহীন আড্ডা মাৰি নিজৰ মূল্যবান সময় আৰু শক্তি খৰচ নকৰিব৷

অতীতৰ ঘটনা পাহৰি যাওক৷ অতীতৰ ভুল নিজৰ জীৱন সংগীক মনত পেলেই নিদিব৷

প্ৰতিদিনে এজন ৰজাৰ দৰে লঘু আহাৰ, এজন ৰাজকুমাৰৰ দৰে দুপৰীয়াৰ আহাৰ আৰু এজন ভিক্ষাৰীৰ দৰে ৰাতিৰ আহাৰ গ্ৰহন কৰক৷

প্ৰতিদিনে প্ৰচুৰ পৰিমানে বিশুদ্ধ পানী খাওক৷

আনক বেয়া পাই নিজৰ সময় খৰচ নকৰিব কাৰণ বেয়া পোৱাৰ বাবে এই জীৱন বহুত চুটি৷

নিজৰ জীৱনৰ তুলনা আনৰ লগত নকৰিব৷

আনে আপোনাৰ বিষয়ে কি ভাবে এই চিন্তা কৰা আপোনাৰ কাম নহয়৷ নিজৰ কাম কৰি যাওক৷

সময়ে সকলো জখম পূৰ্ণ কৰে গতিকে আনৰ ভাল কৰিব নেৰিব৷

ৰাতিপুৱা সাৰপাই ভগবানক স্মৰণৰ লগতে পিতৃ মাতৃক ধন্যবাদ দিয়ক, যিহেতু তেওঁলোকৰ বাবেই আপুনি এই পৃথিবীত আহিছে৷

Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s