খিলঞ্জীয়াৰ সুদিন আহিব কেতিয়া?


সকলো কথাতে বহিৰাগতৰ নিৰ্দেশত চলা কৰতলীয়া ৰজাই যে খিলঞ্জীয়াৰ স্বাৰ্থ ৰক্ষা কৰিব নোৱাৰে সেই কথা অসমৰ ৰাজনৈতিক ইতিহাসত বাৰে বাৰে প্ৰমাণিত হৈ আহিছে । গতিকে অগপ, বি পি এফ আৰু আন জনগোষ্ঠীয় ৰাজনৈতিক শক্তিবোৰ সময় থাকোঁতেই একত্ৰিত হওঁক । তেওঁলোকক সহায় কৰক প্ৰভাৱশালী জাতীয় সংগঠন আছু, এবছু, আৰু আন জনগোষ্ঠীয় জাতীয় সংগঠন সমূহে। খিলঞ্জীয়াৰ নিশ্চয় সুদিন আহিব।

Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s