ঘৰুৱা_সমস্যা_সমাধানৰ_বৈদিক_উপায়_ॐ


■পতি পত্নী আৰু পাৰিবাৰিক সুখ প্ৰাপ্তিৰ বাবে-
▪গাই গৰুক দানা পানী খুৱাব।

■ঘৰত অহৰহ কাজিয়া হৈ থাকিলে-
▪সোমবাৰ দিন এটাৰ পৰা আৰম্ভ কৰি নাই কমেও ৪৫ দিন মাটিৰ কলহত প্ৰায় দুই লিটাৰ পানী ভৰাই ঢাকন দি শোৱা কোঠাৰ শিতানৰ দিশত ৰাখিব।
▪মন্দিৰ, নামঘৰ, মছজিদ, গুৰুদ্বাৰ বা আন ধৰ্মীয় স্থানত ৪৩টা কল দিব।
▪ৰূপৰ বাচনত গঙ্গাজল ৰাখি ৰূপৰ ঘূৰণীয়া পইচা তিয়াই ৰাখিব।
▪পণ্ডিত, দৈৱজ্ঞ বা পিতৃ মাতৃৰ ভৰি ছুই আশীৰ্বাদ ল’ব।
▪ঈষান কোণৰ পৰা ঘৰৰ বাহিৰে ভিতৰে থকা সকলো গধুৰ বস্তু আঁতৰাই ৰাখিব।
▪শোৱাৰ সময়ত নিজৰ প্ৰতিবিম্ব আইনাত নাচাব।

■ পতি পত্নীৰ সম্পৰ্কত আউল লাগিলে-
▪কল নাখাব।
▪ বৃহস্পতিবাৰ এটা চাই কলগছ নিজৰ বাৰীত বা ধৰ্মীয় স্থানত ৰুব।

■ সুখী বৈবাহিক জীৱনৰ বাবে-
▪এশ গৰুক একেলগে দানা পানী খুৱাব।
▪জ্বলা পোৰা বা ফটা কাপোৰ নিপিন্ধিব।
▪এজনী গাই গৰুক সদায় সেউজীয়া ঘাঁহ খুৱাই থাকিব।

■ ঘৰুৱা সুখ শান্তি পাই থাকিবৰ বাবে-
▪ভাত বা যিকোনো বস্তু খোৱাৰ আগতে খাদ্য বস্তুৰ অলপ পৰিমাণ জুইত পেলাই দিব।

Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s