দেউতাক_আৰু_জীয়েকৰ_সম্বন্ধ


Tultul Kutum Axom
Published by Tultul Kutum Axom · 

September 14 at 3:27 PM · 

#দেউতাক_আৰু_জীয়েকৰ_সম্বন্ধ


#দেউতাক আৰু জীয়েকৰ সম্বন্ধটো বৰ গভীৰ আৰু মধুৰ। এজনী ছোৱালীয়ে সকলোতকৈ বেছি 
দেউতাককে ভাল পাই চাগে। ছোৱালী এজনী সৰু থাকোঁতে যেতিয়া তাইক জোকাই তুমি কালৈ বিয়া হ’বা?”তোমাক আমি বেলেগ এখন ঘৰলৈ বিয়া দি দিম নহয়৷” তেতিয়া তাই মুখখন ফুলাই খঙত কয় “মই কাৰোলৈ বিয়া নহওঁ, মই দেউতাৰ লগতে বিয়া হ’ম আৰু ঘৰতে থাকিম।”

#সৰু থাকোঁতে ছোৱালী এজনীয়ে বিয়া কি বুজি নাপায় কিন্তু তেতিয়া এটা কথা জানে যে বিয়া দিলে মাক দেউতাৰ পৰা মোক দূৰলৈ পঠিয়াই দিব। আৰু সেই সত্যটো কেতিয়াও মানি নলয়। হয়তো, এখন ঘৰত জন্ম হৈ ডাঙৰ দীঘল হোৱা পাছত একেবাৰে বেলেগ এখন ঘৰলৈ পঠিয়াই দিব বুলি ক’লে কিমান দুখ লাগিব। যিজন মাক দেউতাক নহ’লে উশাহটোও লোৱা কঠিন হৈ পৰে তেওঁলোকক এৰি এখন বেলেগ ঘৰত থাকিব লাগিব ইমান সহজ কথা নহয়।
#আমি ল’ৰা মানুহ বাবে কথাটো বৰ বেছি অনুভৱ কৰিব নোৱাৰো কিন্তু এজনী ছোৱালীৰ ঠাই নিজকে ৰাখিলে তেতিয়া অনুভৱ হয় কথাবোৰ।
Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s