অথ: ৰাধা- কৃষ্ণ সংবাদ


প্ৰেম , বন্ধুত্ব , বিবাহ ইত্যাদি ………….

অথ: ৰাধা- কৃষ্ণ সংবাদ

এবাৰ ৰাধাই কৃষ্ণক সুধিলে – হে কৃষ্ণ , খং মানেনো কি?
কৃষ্ণই উত্তৰ দিলে – হে প্ৰিয়ে, প্ৰকৃততে কাৰোবাৰ ভূলৰ শাস্তি নিজকে দিয়াই হল খং।

ৰাধা – বন্ধুত্ব আৰু প্ৰেমৰ মাজত থকা প্ৰাৰ্থক্যটো কি?
কৃষ্ণ – প্ৰেম সোণ হয় আৰু বন্ধুত্ব হীৰা ।
সোণ ভাঙি আকৌ গঢ় দিব পাৰি কিন্তু হীৰাক নোৱাৰি ।

ৰাধা- মই আপোনাৰ কত আছোঁ ?
কৃষ্ণ – তুমি মোৰ হৃদয়ত , উশাহত , নিশাহত, তেজত , দেহত , মনত সকলোতে আছা।

ৰাধা – মই আপোনাৰ কত নাই?
কৃষ্ণ – তুমি মোৰ ভাগ্যত নাই।

ৰাধা- প্ৰেমৰ সচাঁ অৰ্থ কি?
কৃষ্ণ – যত অৰ্থ বিচৰা হয় তাত প্ৰেম কত?

ৰাধা – হে কৃষ্ণ, আপুনি মোৰ লগত প্ৰেম কৰিলে কিন্তু বিবাহ ৰুক্মিণীৰ লগত। এনেকুৱা কিয়?
কৃষ্ণ – হে ৰাধা , বিবাহ হবলৈ দুজন পৃথক ব্যক্তিৰ আৱশ্যক , দুখন হৃদয়ৰ , দুটি শৰীৰৰ । কিন্তু তুমি আৰু মই একেটাই শৰীৰ আৰু প্ৰাণৰ । তেতিয়াহলে তুমিয়েই কোৱা আমাৰ মাজত দ্বিতীয় ব্যক্তি কোন? আমিতো প্ৰথমৰ পৰাই এক।

Image may contain: 2 people
Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s