ৰাইজৰ মতামত


MAC -য়ে আঁচনি কার্য্যকৰী কৰাত ব্যর্থ নেকি ??

 পৰেশ পেগু জোনাই, ফেচবুক সংবাদ 

মিচিং স্বায়ত্ব শাসিত পৰিষদৰ ২নং মুর্কংচেলেক সমষ্টিৰ অন্তর্গত কবলং মহ’মৰা গাঁৱৰ নিবাসী , A:ne’ Billam Banke , MMK -ৰ প্রাক্তন সম্পাদক , শ্রী কীর্তিনাথ পেগু- ৱে অভিযোগ উত্থাপন কৰিছে যে MAC ৰ শিক্ষা বিভাগে, মেধাৱী ছাত্র-ছাত্রীক দিয়া ২০১৬-১৭ বর্ষৰ জলপাণি ব্যৱস্হাখিনি ত্রেজেৰী চালান পর্য্যন্ত দিয়াই (কৰোৱাই), আজিকোপতি নিদিয়াৰ বাবে তেখেতে আক্ষেপেৰে প্রশ্ন উত্থাপন কৰিছে যে উক্ত বর্ষৰ জলপাণিৰ ব্যৱস্হাখিনি পৰিষদে কি কৰিলে ? নাইবা অন্য শিতানত ব্যয় কৰা হ’ল নেকি ? নতু বিশেষ কাৰণ বশতঃ কেৱল আমাৰ সমষ্টিখনকে বঞ্চিত কৰা হ’ল নেকি ?
তাৰে স্পষ্ট প্রতিবেদন পাব নোৱাৰে নেকি বুলি তেখেত আশ্চর্য্য ও আক্ষেপ প্রকাশ কৰি এই ওপৰোক্ত প্রশ্নটো বা বিষয়টো উত্থাপন কৰাৰ বিশেষ প্রয়াস কৰিছে !
বি:দ্র: শুভাকাংক্ষী অভিভাৱক ৰাইজৰ অনুৰোধ মর্মে বিষয়টো উপস্হাপন কৰা হৈছে !
শ্রী কীর্তিনাথ পেগু ,
কবলং মহমৰা গাওঁ,
মোবাইল নম্বৰ-
7896374267
Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s