শিৰ ফুলা ৰোগ বা’ ভেৰিকুচ ভেইন



শিৰ ফুলা ৰোগ বা’ ভেৰিকুচ ভেইন 






বয়স বৃদ্ধিৰ লগে লগে ডায়েবেটিচ , হৃদ ৰোগ , হাড়ৰ সমস্যা , বাতবিষ আদি ৰোগে লগ দিয়ে l তেনে ধৰণৰ এটা ৰোগ হল শিৰ ফুলা ৰোগ বা’ ভেৰিকুচ ভেইন ‘ , যি ৰোগ পঞ্চাশ বছৰৰ পাছৰ পুৰুষ মহিলাৰ হব পাৰে l এই ৰোগত মহিলাসকল বেচি আক্ৰান্ত হয় l ইয়াৰ লক্ষণ হ’ল শিৰ ফুলি যায় আৰু তেজ চলাচল বাধাগ্ৰস্ত হয় l পাছলৈ ইয়াৰ পৰা উচ্চ ৰক্তচাপ আৰু ওজন বাঢ়ি যায় l এই ৰোগৰ চিকিত্সা সঠিক সময়ত নকৰিলে শেষত অপাৰেশ্যন কৰিবলগীয়া হয় l 

এই ৰোগৰ ঘৰুৱা ঔষধ এনেধৰণৰ —

দুটা কেচাঁ বিলাহী পিচি তাৰ লগত এচামুচ মৌ মিহলাই কিছুদিন খালে শিৰ ফোলা কমি যায় l কেচাঁ বিলাহীত চুলেইন নামৰ এটি এল্কালয়েড থকাৰ কাৰণে গোটবন্ধা তেজ পনীয়া কৰিব পাৰে l তাৰোপৰি কেচাঁ বিলাহীৰ পুষ্টি গুণে শিৰা উপশিৰাবোৰ কাৰ্যক্ষম কৰিব পাৰে l ধন্যবাদ l

Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s