ভীমকল


আপুনি মন কৰিছে নিশ্চয় , কলগছৰ প্ৰতিটো অংশ আমি ব্যৱহাৰ কৰিছো l ভীমকলৰ বাকলিটোও পুৰি খাৰ তৈয়াৰ কৰিছো l কিন্তু ভীম কলৰ বাহিৰেও আন যি কোনো কলৰ বাকলিত আছেলএন্টি ফাংগাল উপাদান , এন্টিবায়টিকপ্ৰপাটিজ , ফাইবাৰ আৰু একাধিক পুষ্টিকৰ উপাদান l কলৰ বাকলিৰ পৰা কেন্সাৰৰ কোষ ধ্বংস কৰিব পৰা ঔষধ তৈয়াৰ কৰা হৈছে l

কলৰ বাকলি সৰু সৰুকৈ কাটি গাখীৰৰ লগত মিকচিত গুৰি কৰি ৰস খাব পাৰি l এই ৰস খালে প্ৰসাৱৰ লগত শৰীৰত উত্পন্ন হোৱা বিষ বাহিৰ হয় , ক্ষতিকাৰক কলেষ্টৰেলৰ মাত্ৰা কমে , তেজৰ কণিকা গঠন হয় , অনিদ্ৰা দূৰ হয় , দৃষ্টি শক্তি উন্নত হয় , অৱসাদ নোহোৱা হয় , কোষ্ঠ কাঠিন্য দূৰ হয় আৰু ছালৰ সৌন্দৰ্য বাঢ়ে l ইমান গুণযুক্ত কলৰ বাকলি নোখোৱাকৈ থাকিব পাৰি নে বাৰু ! এদিন খাই চাবচোন l ধন্যবাদ l

Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s