দেহৰ_অতিৰিক্ত_ওজন_কেনেকৈ_কমাব_পাৰি_তাৰ_ঘৰুৱা_উপায় :–


দেহৰ_অতিৰিক্ত_ওজন_কেনেকৈ_কমাব_পাৰি_তাৰ_ঘৰুৱা_উপায় :–

# এগিলাচ কুহুঁমীয়া পানীত এফাল নেমু ৰস আৰু এচামুচ মৌ ৰস মিহলাই পুৱা খলী পেটত দৈনিক এমাহ খাব l
# দৈনিক বিটৰ জুচ খাব l ইয়াৰ দ্বাৰা শৰীৰ বিষমুক্ত হব আৰু কেন্সাৰ দূৰতে পলাব l

# পুৱা খালী পেটত পানী লাওৰ জুচ খাব এমাহ l
# তিনি চামুচ গৰম পানীত এচামুচ ওটমিল মিহলাই পুৱা দৈনিক খাব l
# নিয়মিত ফাইবাৰযুক্ত বাদাম খাব , হাৰ্টৰ উন্নতি ঘটিব আৰু ওজন কমিব l
# পুৱা খালী পেটত একাপকৈ পকা অমিতা খালে সোনকালে ওজন কমে l
# ব্ৰকলীয়ে শৰীৰত উপকাৰী বেক্টেৰ্য়া বৃদ্ধি কৰে , ফলত হজম ক্ষমতা বাঢ়ি শৰীৰত মেদ জমা হবলৈ সুবিধা নিদিয়ে l
# আদা , গাজৰ বা তিতা কেৰেলাৰ জুচ দৈনিক খালী পেটত খালে সোনকালে ওজন কমে l
# শুনি আচৰিত যেন লাগিলেও সচাঁ যে কুহুঁমীয়া পানী এগিলাচত নেমু ৰস আৰু জালুকৰ গুৰি মিহলাই খালী পেটত দৈনিক খালে দ্ৰুতভাৱে ওজন কমি যায় l
# দৈনিক বন্ধা কবি ভাজি খালেও ওজন কমি যায় l
এই ঘৰুৱা টিপচ্ বোৰৰ যি কোনো দুটা বা এটা কিছুদিন ধৈৰ্যসহকাৰে খালে ফল নিশ্চয় পাব l
প্ৰায় মানুহে এদিন বা দুদিন কৰিয়েই ভাগৰি পৰে , তেনে কৰিলে কোনো ৰোগেই উপশম নহব l সকলো ঔষধৰ এটা মাত্ৰা থাকে আৰু ভাল হবলৈ সময় লাগে l গতিকে ধৈৰ্য ধৰি খাবলৈ চেষ্টা কৰিব , কিয়নো এই ঔষধৰ কোনো পাৰ্শ্ব ক্ৰিয়া নাথাকে l
ধন্যবাদ , শুভ দুপৰীয়া l

✒️✒️✒️✒️

Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s