Kangkin Ke’bang 2018, Sivasagar


Kangkin Ke’bang 2018, Sivasagar 

শ্ৰদ্ধাভাজনেষু,
সম্ভাষণ গ্ৰহণ কৰিব | আপোনাক/ আপোনালোকক জনাওঁ যে শিৱসাগৰ জিলাৰ “Kangkin Ke’bang” অনুষ্ঠানটি অহা ইংৰাজী ২২ ছেপ্তেম্বৰ, ২০১৮ তাৰিখ শনিবাৰে TMPK আৰু TMMK শিৱসাগৰ নগৰ সমিতি ৰ উদ্যোগত শিৱসাগৰস্থিত নাট্য মন্দিৰত অনুস্থিত হ’ব | উক্ত অনুস্থানৰ লগত সংগতি ৰাখি বিভিন্ন প্ৰতিযোগতাৰ লগতে ” সদৌ অসম ভিত্তিত স্ব-ৰচিত মিচিং কবিতা লেখা প্ৰতিযোগিতা ” আয়োজন কৰা হৈছে |
উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আগ্ৰহী লেখক-লেখিকা সকলক অহা ৩১ আগষ্ট, ২০১৮ তাৰিখৰ ভিতৰত তলত উল্লেখিত নম্বৰ সমূহলৈ বা ঠিকনা টিলৈ যথা সময়ত পঠিয়াবলৈ সকলোকে অনুৰোধ জনালোঁ |

নিয়মাৱলীসমূহঃ-
১/ কবিতাটি ৰোমান লিপিত লিখাটো বাধ্যতামূলক |
২/ কবিতাটি ২০ শাৰীতকৈ অধিক হ’ব নালাগিব |
৩/ কবিতাটিৰ লেখকৰ বয়স ৩৫ বছৰ উৰ্ধ্ব হ’ব নালাগিব | (লেখকৰ প্ৰমাণ পত্ৰ পঠাব লাগিব | সামাজিক মাধ্যমত কবিতাটি পঠীয়ালে ফটো পঠাব লাগিব )
৪/ কবিতাটি আগতে আন কোনো বাতৰি কাকত বা অন্য মাধ্যমত প্ৰকাশিত হ’ব নালাগিব |
৫/ কবিতাটি পঠাওতে প্ৰতিযোগিতাৰ বাবে Kangkin Ke’bang 2018, Sivasagar বুলি লিখিব লাগিব |

ইতি
শ্ৰী বিদ্যাসাগৰ দলে
সম্পাদক 
TMPK শিৱসাগৰ নগৰ সমিতি

Whatsapp: 
8721874990,
9864993257,
8822296502,
9101024971.

Email- doleybidya11@gmail.com
ডাকযোগেঃ
মানৱেন্দ্ৰ দলে
ঠিকনাঃ টেক্সী আলি
ডাক- কমাৰফদীয়া
জিলা- শিৱসাগৰ (অসম)
পিন- ৭৮৫৬৪০
ফোন- 9864993257
Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s