নবাগত কবিৰ কবিতা


।  আশা  ৷

———×———-
✍🏻  জিতেন মিলি৷
 কোন তুমি মায়াময়
প্ৰতিটো পলে ৰং সনা ৷
দিবাস্বপ্নত বিভোৰ মই ৷ জানো ! মই সাৰে আছো ?
কি জানি তুমি নাজানা !
মই অপক্ষাৰত তোমাৰ বাবে ৷
হয়তো তুমি জানিবও নোখোজা !
মোৰ ঠিকনাত যে নাই কোনো “ডেজিগ্নেছন।
কিন্তু তুমিবিহীন কল্পনাও যে
এতিয়া ধূসৰ ৷
আশাহত নকৰিবা কৰিছো তোমাক কাবৌ ৷
মোৰ জীৱনলৈ নামি আহক বৃষ্টি হৈ ,
দুপাত মেলি অপেক্ষাৰত এটুপি
পানীৰ বাবে , যেন কলিতে মৰহি নাযাওঁ !
অশ্ৰু ঠুনুকা হব নিদিবা ,
ভালপোৱা বোৰক স্মৃতি নকৰিবা ৷
টানিব নোৱাৰো দুখৰ বুজা ,
সহিব নোৱাৰো প্ৰেমৰ বেথা ৷
জাগ্ৰত প্ৰেমৰ উন্মাদনাক নিস্তব্ধ
 যেন নকৰিব ৷
জানিবা দুখীয়াৰ হৃদয়তো প্ৰেম,
ভাল পোৱাৰ ঠিকনা বিছাৰি পাবা ৷
  (✍🏻 অৱহেলিত প্ৰেমিক)
Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s