বিশিষ্ট ভাষাবোৰ টাবুৰাম চাইদত দেৱৰ জন্ম দিৱস পালন


প্ৰাধ্যাপক আগম মিগাং টাবু টাইদ ছাৰৰ আজি ৭৭ সংখ্যক ওপজা দিন পালন।



টাইদ ছাৰ অসমৰ জনজাতি সমাজৰ প্ৰথমজন অধ্যাপক ( কটন কলেজ, প্ৰবক্তা ১৯৬৭, অধ্যাপক ১৯৭৮, HoD Dept. Of English) DPI ৰ উপ-সঞ্চালক (১৯৮১), ABILAC ৰ সঞ্চালক (১৯৯০-৯৭), SCERT ৰ সঞ্চালক (১৯৯৩-৯৭), DPI (Higher Education)ৰ সঞ্চালক ১৯৯৫-৯৬, DPI (Secondary Education) ৰ সঞ্চালক (২০০২), SEBA ৰ চেয়াৰমেন (১৯৯৬-২০০২), State Selection Board of Assam (Body for selecting Principal & Lecturer) ৰ চেয়াৰমেন (১৯৯৭-২০০৪) ইত্যাদি কৰি বহু চৰকাৰী চাকৰী দক্ষতাৰে সমাপন কৰিছে ।

লগতে অসম চৰকাৰৰ শৈক্ষিক সংস্কাৰ আয়োগ, প্ৰকাশন পৰিষদ, ভাৰত চৰকাৰৰ সাহিত্য একাডেমী, National Book Trust,  Tribal Art & Culture, DU, GU, AU ৰ কাৰ্যবাহী তথা শৈক্ষিক পৰিষদৰ সদস্য, NCERT ৰ কনচালটেন্ট, CBSE ৰ মাণ্ডলিক চেয়াৰমেন, ABILAC ৰ কাৰ্যবাহী পৰিষদৰ চেয়াৰমেন, KKHSOU ৰ শৈক্ষিক কনচালটেন্ট ইত্যাদি বহু চৰকাৰী দায়ীত্বত সুনামেৰে কাৰ্যনিৰ্বাহ কৰে ।
টাইদ ছাৰ মিচিং আগম কেবাং (সাহিত্য সভা)ৰ প্ৰতিষ্ঠাপক সভাপতি (১৯৭২) ।
Dr Bani Kt Kakati-The Man and His Work (Edit), Poman-Moman, English for School-Grammar and Composition-viii to xii, মিচিং ভাষাৰ বানান পদ্ধতি, A Dictionary of Mising Language, Glimpses, একুকি নিবন্ধ, Mising Gompir Kumsung, An Introduction to Mising Phonology and Grammar, Mising Gomlam Potin ইত্যাদি কৰি বহু নিজস্ব সৃষ্টিৰ সম্ভাৰেৰে পৰিপূৰ্ণ ।
MAK ৰ আগম মিগাং (২০০৭) সন্মান প্ৰাপক, অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ Sukha-Fa বঁটা (২০১১) প্ৰাপক, বাসুদেৱ জালান বঁটা (২০১১) প্ৰাপক,  সাহিত্য একাডেমী ভাষা জ্ঞান সন্মান বঁটা (২০১২) প্ৰাপক আমাৰ চিৰ নমস্য টাইদ ছাৰ ।
আজি টাইদ ছাৰৰ ৭৭ সংখ্যক ওপজা দিনত ছাৰলৈ গভীৰ অন্তৰিকতাৰে হিয়াভৰা ওলগ জনালো। সৃষ্টিকৰ্তা ভগৱান Do:nyi Po:lo ই  ছাৰক সৃষ্টিশীল সাহিত্য, সুখ-সমৃদ্ধিৰে দীৰ্ঘায়ু কৰি কুশলে ৰাখক এয়ে কামনা কৰিলো ।
Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s