এজন মানুহ কেনেকৈ সৎ আৰু কেনেকে অসৎ হয়?


এজন মানুহ কেনেকৈ সৎ আৰু কেনেকে অসৎ হয়?

এজন বুঢ়া মানুহ আৰু তেওঁৰ এজন নাতিয়েক। নাতিয়েকে ককাকক সুধিলে- ককা, এজন মানুহ কেনেকৈ সৎ আৰু কেনেকে অসৎ হয়?
ককাকে নাতি ল’ৰাটোক ক’লে —
,”ধৰি লোৱা মোৰ বুকুৰ মাজত দুটা কুকুৰনেচীয়াৰ অহৰহ যুদ্ধ চলি আছে ।এটা কুকুৰনেচীয়া হৈছে দুষ্ট প্ৰকৃতিৰ , সি ঘৃণা, খং আৰু অহংকাৰ লগত লৈ ফুৰিছে ।


আনটো হৈছে ভাল আৰু সি তাৰ মাজত লৈ ফুৰিছে শান্তি ,আনন্দ ,মানৱতা ,প্ৰেম আৰু সহনশীলতা ।
এই একেখন যুদ্ধ তোমাৰ লগতে সকলোৰে বুকুত চলি আছে ।”
নাতি ল’ৰাটোৱে তেতিয়া ককাকক উৎসুকতাৰে সুধিলে, 
— “এতিয়া কোনটো কুকুৰনেচীয়া জিকিবনো ককা ?? “

ককাকৰ চমু উত্তৰ,- ” যিটোকেই তুমি লালন পালন কৰিবা ।”
Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s