চচিয়েল মেডিয়াত আহোসকলক কৰা বিৰূপ মন্তব্য সন্দৰ্ভত


দেখা গৈছে যে আহোমসকলক লৈ কিছুমানে চচিয়েল মেডিয়াত তুচ্ছ তাছিল্ল্য আৰু বিৰূপ মন্তব্য সঘনে প্ৰকাশ কৰিবলৈ লৈছে। কিন্তু সেই হাৰামীহঁতে জনা উচিত যে এসময়ত আহোমৰ নেতৃত্বতে “অসম” নামৰ এই ভূখণ্ড সুৰক্ষিত হৈছিল। অসম আৰু অসমীয়াৰ সৌভাগ্য যে অসমৰ ইতিহাসৰ এক মহা সন্ধিক্ষণত আহোমসকলে সৌমাৰ পীঠত প্ৰৱেশ কৰিছিল। নহলে পশ্চিমৰ পৰা অহা ধুমুহাই তচ নচ কৰিলেহেঁতেন অসম আৰু অসমীয়াৰ সভ্যতা। আহোমৰ নেতৃত্বত কৰা প্ৰতিৰোধৰ ফলস্বৰূপে বাৰে বাৰে মুখ ঠেকেচা খাইছিল মধ্য প্ৰাচ্যৰ পৰা আহি ভাৰত দখল কৰা উগ্ৰ ধৰ্মীয় সাম্প্ৰদায়িক সাম্ৰাজ্যবাদী শক্তি। আহোমে অকল আহোম ৰাজ্যকেই ৰক্ষা কৰিছিল এনে নহয়; এসময়ত কোঁচৰ দখলত থকা অসমৰ নামনি খণ্ডৰ হৈ যুঁজ কৰিও উজনি নামনি সকলো অসমীয়াকে ৰক্ষা কৰিছিল। তাৰোপৰি, অসমীয়া সমাজ, সংস্কৃতিৰ মূল ভেটিও আহোমৰেই। এনেস্থলত আমিনুল বোলাহঁতে নিজকে আহোমৰ লগত তুলনা কৰাটো হাস্যকৰেই নহয় গৰিহনাৰো যোগ্য বুলি ভাবো।

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

%d bloggers like this: