বিশ্বব্ৰহ্মাণ্ডৰ বিশালতা / বুদ্ধি দীপ্ত নিৰ্মান / ঈশ্বৰৰ অস্তিত্ব

Tafikur Rahman18 April at 23:02
18 April at 23:02

18 April at 23:02

বিশ্বব্ৰহ্মাণ্ডৰ বিশালতা / বুদ্ধি দীপ্ত নিৰ্মান / ঈশ্বৰৰ অস্তিত্ব
==================================
তফিকৰ ৰহমান সময় : 12/2/17
@@@@@@@@@@@@@@@@@@@@@
কৌতূহলী মনত নানা ধৰণৰ জিজ্ঞাসাৰ সৃষ্টি হয় , যেনে ধৰক মানুহ কেনেকৈ সৃষ্টি হল?? আমাৰ পৃথিৱী কেনেকৈ সৃষ্টি হল?? এই বিশ্বব্ৰহ্মাণ্ডৰ আদি অন্ত কত?? কৰ পৰা কেনেকৈ কিয় সৃষ্টি হল এই বিশ্বব্ৰহ্মাণ্ড? প্ৰথমে আমি বিশ্বব্ৰহ্মাণ্ডৰ বিশালতাৰ বিষয়ে আলোচনা কৰিম, তাৰ পিছত ঈশ্বৰ / আল্লাৰ অস্তিত্ব ওপৰত আলোচনা কৰিম।

আমি যে বসবাস কৰি আছোঁ পৃথিৱী নামৰ এটি ক্ষুদ্ৰ গ্ৰহ হে , ক্ষুদ্ৰ মানে ?? ইয়াৰ বিষুবীয় পৰিধি মাত্ৰ = 40000 কি:মি । মেৰু ব্যসাৰ্ধ = 5355 কি: মি। আৰু এনে 9 টা গ্ৰন্থ / নক্ষত্ৰ লগ লাগি আমাৰ সৌৰজগত। আৰু এই সৌৰজগততে পৃথিৱীতকৈ হাজাৰ / লাখ গুণে ডাঙৰ ডাঙৰ গ্ৰহ / নক্ষত্ৰ আমাৰ আমাৰ সৌৰজগতত আছে। আৰু এনে ধৰণৰ কোটি কোটি সৌৰজগত লগ লাগি আমাৰ হাটিপতি ( Milky way ) আমাৰ Milky w ay খন প্ৰায় 100000 আলোক বৰ্ষ জুৰি বিস্তৃত ( 1 আলোক বৰ্ষ মানে পোহৰে এবছৰত যিমান গতি কৰে , অৰ্থাৎ 300000* 60*60*24*365= প্ৰায় 10 লাখ কোটি কি: মি । আৰু ইয়াৰ নক্ষত্ৰ সংখ্যা 100 বিলিয়নৰ পৰা 400 বিলিয়নৰ ভিতৰত । আৰু এনে ধৰণৰ তাৰাকা ৰাজ্য আমাৰ দৃশ্য মান বিশ্বব্ৰহ্মাণ্ডত 200 বিলিয়নৰ পৰা 2 ত্ৰিলিয়ন ( 1 ত্ৰিলিয়নে 1 লাখ কোটি ) । এবাৰ কল্পনা কৰক চোন আমাৰ বিশ্বব্ৰহ্মাণ্ড খন কিমান ডাঙৰ ????
এইখিনিতেই আন এটা প্ৰশ্নই আহি আমনি কৰিবহি – আমি যিখন বিশ্বব্ৰহ্মাণ্ডৰ বিষয়ে অৱগত সেইখনেই বাৰু একমাত্ৰ বিশ্বব্ৰহ্মাণ্ড নেকি ? বিংশ শতাব্দীৰ শেষৰ পিনে বিজ্ঞানৰ জগতখনত এই প্ৰশ্নটোৱে বিজ্ঞানীসকলৰ লগতে সাধাৰণ মানুহকো জোকাৰি গৈছিল। সাধাৰণ দৃষ্টিত প্ৰশ্নটো বিস্ময়কৰ আৰু অবান্তৰ যেন লাগিলেও বিজ্ঞানী সকলে বিষয়টো গুৰুত্ব সহকাৰে লৈ গৱেষণা অব্যাহত ৰাখিছে আৰু এতিয়ালৈকে আহৰণ কৰা তথ্য অনুসৰি “বহুবিশ্ব” বা সমান্তৰাল বিশ্বব্ৰহ্মাণ্ডৰ সম্ভাৱনাটো প্ৰকট হৈ পৰিছে।

শেহতীয়াকৈ বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি সম্বন্ধে জনপ্ৰিয় হৈ উঠা “স্ট্ৰিং থিয়ৰি” অনুসৰি আমাৰ এই বিশ্বব্ৰহ্মাণ্ডখন একমাত্ৰ বিশ্বব্ৰহ্মাণ্ড নহয়। এই বিশ্বব্ৰহ্মাণ্ডখনৰ উপৰিও আছে অনন্ত কৌটি বিশ্বব্ৰহ্মাণ্ড। স্ট্ৰিং থিয়ৰিৰ এজন প্ৰবক্তা হ’ল জাপানীজ বংশোদ্ভুত আমেৰিকান পদার্থ বিজ্ঞানী মিচিঅ কাকু। তেখেতৰ দ্বাৰা ৰচিত “Parallel Universe’ নামৰ গ্ৰন্থখনত এনে ধাৰণাৰ সবিশেষ তথ্য পোৱা যায়। বিজ্ঞানীসকলৰ ধাৰণা অনুসৰি আজিৰ পৰা 1370 কোটি বছৰ আগতে এটা ক্ষুদ্ৰ আদিম বিন্দুৰ পৰাই বিগ বেং নামৰ প্রচণ্ড এক বিস্ফোৰণৰ মাধ্যমত জন্ম হৈছিল আমাৰ এই দৃশ্যমান মহাবিশ্ব।। কল্পনা কৰক চোন আমাক এই দৃশ্য মান মহাবিশ্ব জল্পনা – কল্পনা মাৰ নোযোৱাকৈ যদি অন্য বিশ্বব্ৰহ্মাণ্ডৰ থিয়ৰি লৈ আহে কথাষাৰ আৰু বিশ্ময়কৰ নহয় নে???? কিন্ত আকৌ বিশ্ময়কৰ কথাটো হৈছে যে আমাৰ এই দৃশ্য মান/ অ – দৃশ্য মান বিশ্বব্ৰহ্মাণ্ড খন আকৌ মহা শূন্যৰ তুলতাত এটা ধুলি কণাৰ সমান ??? চিন্তা কৰক চোন আমাৰ এই মহা বিশ্ব কিমান জটিল আৰু বিশ্ময়কৰ??? স্কুলত পঢ়ি থাকোঁতে ছাৰক সুধিছিলো ” ছাৰ শূন্যৰ শেষ কত?? ছাৰে মৃদু হাহি এটা মাৰি উত্তৰ দিছিল ” কোনো অনুমানৰেই শূন্যৰ আদি অন্ত বান্ধিব নোৱাৰি । এই শূন্যৰ কথা কোৱাৰ লগে লগে stephen Hawkin চাৰৰ কথা এষাৰ মনত পৰি গল ” এই জগতৰ যদি আৰম্ভ আছে তেতিয়া আমি ধৰি লব পাৰোঁ যে ইয়াৰ সৃষ্টি কৰ্তা আছে । কিন্ত যদি এই জগত সচাকৈ সম্পূৰ্ণভাৱে স্বয়ং সম্পূৰ্ণ হয় , যাৰ কোনো সীমা বা দাতি নাই , ইয়াৰ আৰম্ভ নহব , শেষ নহয়, তেতিয়া সৃষ্টি কৰ্তাৰ কি ভূমিকা থাকিব পাৰে???? বাৰু স্থানৰ ( Space) কথা পিছলৈ থলো ।। আমাৰ বিশ্বব্ৰহ্মাণ্ড কথা ভাবক চোন কিমান জটিল তথা বিশ্ময়কৰ , প্ৰত্যেক গ্ৰহ/ নক্ষত্ৰ নিজ নিজ কক্ষ পথত ঘুৰি আছে , কোনো ধৰণৰ বিজুতি নোহোৱাকৈ ,, ভাবিলে আচৰিত নালাগে নে??? এই মহা বিশ্বৰ কথা পিছলৈ থলো , আমাৰ পৃথিৱী খনলৈ আহোঁ , আকাশৰ পৰা বৃষ্টি আহিছে আৰু সেই বৃষ্টি আৰু সূৰ্যৰ পোহৰৰ দ্বাৰা ইত্যাদি দ্বাৰা গছ এজোপা লহ পহে ডাঙৰ হৈছে আৰু আমি তাৰ পৰা উৎপন্ন হোৱা ফল খাই জীয়াই আছোঁ , সূৰ্যই তাপ দিছে পৃথিৱীত আৰু এই তাপৰ সহায়ত আকৌ সাগৰৰ পৰা জলীয় বাস্প উৰুৱাই নি বৰষুণ হিচাপে বৰ্ষাইছে , সামান্য তম যদি সূৰ্য্য নামি আহে তেনেহলে হয়তো উত্তাপত আমি জীয়াই থাকিব নোৱাৰিলোঁ হেতেন , আকৌ যদি সামান্য ওপৰলৈ গুচি গল হেতেন ঠাণ্ডাত আমি মৃত্যু বৰণ কৰিব লগা হল হেতেন , পৃথিৱী খন একেবাৰেই এন্টাৰতিকাৰ নিচিনা হল হেতেন ।। ভাবি চাওঁক চোন ইমানেই জটিল বিশ্বব্ৰহ্মাণ্ড খন কোনে নো সৃষ্টি কৰিলে ??? হয়তো এনেধৰণৰ মৌলিক প্ৰশ্ন আমাৰ মনলৈ আহে ? বা অহাটো খুবেই স্বাভাৱিক । কিন্তু কোনে সৃষ্টি কৰিলে এই মহা মহা বিশ্ব?? ঈশ্বৰে? কিয়নো আমি বহুতেই ভাবোঁ যে সকলো বস্তুৰে সৃষ্টি কৰ্তা আছে। ঘড়ী স্বয়ং ক্ৰিয় ভাবে সৃষ্টি হব নোৱোৰে ।।মোবাইল , টিভি , ৰেডিঅ ইত্যাদি সকলোৰে আবিস্কাৰক এজন আছে । থিক তেনেদৰেই আমাৰ এই বিশ্বৰ এজন সৃষ্টি কৰ্তা আছে । কথা খিনি আৰু অলপ পৰিস্কাৰ হৈ লওক , আপোনাক যদি কোনোবাই কয় যে এই মৰুভূমিত হাজাৰ হাজাৰ বছৰ ধৰি সূৰ্য্যৰ তাপ , বৰষুণ হৈ মোৰ এই মোবাইলতো সৃষ্টি হৈছে । কিয়নো মাটিত যিবোৰ উপাদান থাকে তাৰ কিছুমান উপাদান মোৰ এই মোবাইলত বিৰাজ মান । আৰু মোবাইলত SAMSUNG বোলা যিটো ব্ৰেণ্ড সেইটো সেইটো সেই বিবৰ্তন হৈ লিখা গৈছে। আপুনি বাৰু বিশ্বাস কৰিব নে??? নিশ্চয় নকৰে নহয় জানোঁ ?? কিয়নো আপুনি প্ৰাথমিক বিদ্যালয়ত পঢ়িছিল যে এই মহাবিশ্বত দুই ধৰণৰৰ বস্তু পোৱা যায় এটা হল মানৱ সৃষ্ট আৰু আনটো হল প্ৰাকৃতিক সৃষ্ট আৰু আনটো হল মানৱ সৃষ্ট । আৰু মোবাইলতো যে এটা মানৱ সৃষ্ট / ফেচবুক যে এটা মানব সৃষ্ট আপোনাৰ সেই পূৰ্ব অভিজ্ঞতা পৰা ভিক্তি কৰি জানিছিল ।। থিক তেনেদৰেই আপোনাক যদি কোনোবাই কয় যে সাগৰৰ পৰা ঢৌ আহিল আৰু এই সু – উচ্চ অট্টলিকাটো সৃষ্টি হল , আপুনি বিশ্বাস নকৰে কিয়নো আপুনি ভালদৰে জানে যে অট্টলিকা হল মানৱ সৃষ্ট বস্তু । কিন্ত আমি সকলো বস্তোৰে সৃষ্টি কৰ্তা আছে বুলি ভাবোঁ বা প্ৰশ্ন জন্ম হয় , এই প্ৰশ্নটো নিজৰ নিজৰ অজ্ঞ্যতাৰ কাৰণে কৰোঁ ??? অলপ পৰিস্কাৰ হবৰ বাবে আৰু যুক্তি খণ্ডন কৰি চাওঁ , 1) নাস্তিক : ঈশ্বৰক কোনে সৃষ্টি কৰিলে?? আস্তিক: খুবেই সুন্দৰ প্ৰশ্ন ইয়াৰ বাবে মই আপোনাক কেইটামান উদাহৰণ দিম , নাস্তিক জনক উদ্দেশ্য এই যে চিত্ৰ খন দেখিছে ইয়াক কোনে আকিছে ?? নাস্তিক জনৰ উত্তৰ = চিত্ৰ শিল্পী য়ে আকিছে , আকৌ আস্তিক জনৰ প্ৰশ্ন নাস্তিক জনক উদ্দেশ্য কৰি চিত্ৰ শিল্পী জনক কোনে আকিছে?? নাস্তিক জনৰ উত্তৰ = চিত্ৰ শিল্পী জনক আকৌ কেনে আকিব?? এই অকা তেওঁৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় , আস্তিক : সঠিক উত্তৰ ঠিক একেদৰেই ঈশ্বৰৰ ক্ষেত্ৰত এই কথাষাৰ প্ৰয়োজ্য নহয় ঈশ্বৰক কোনে তৈয়াৰ কৰিলে??? কিন্ত আমি যদি এই যুক্তিতো অলপ গমি চাওঁ তাৰ ফাক আমাৰ চকুত পৰে আমি বাৰু এনেদৰেই ভাবিব নোৱাৰোঁ নে ?? যি যুক্তিত চিত্ৰ শিল্পী জনক কোনে আকিলে সেইট প্ৰয়োজ্য নহয় , কি যুক্তিত আকৌ এই বিশ্বব্ৰহ্মাণ্ড কোনে সৃষ্টি কৰিলে সেইটো প্ৰয়োজ্য??? হয়তো বিশ্বব্ৰহ্মাণ্ড খন কেনেকৈ সৃষ্টি হল সেই প্ৰশ্নটো প্ৰয়োজ্য ।। এই ঈশ্বৰৰ ওপৰত বাংলাদেশৰ ব্লগাৰ আচিফ মহিউদ্দিনে এটা কাল্পনিক গল্প লিখি উলিয়াইছিল গল্পৰ নাম হল: ঈশ্বৰৰ লগত সাক্ষাতকাৰ , তেওঁ 7 আচমান যায় ঈশ্বৰক প্ৰশ্ন কৰিছিল হে ঈশ্বৰ আপোনাক কোনে সৃষ্টি কৰিলে?? ঈশ্বৰৰ প্ৰত্যত্বৰ মোক কোনেও সৃষ্টি কৰা নাই , মই আগৰ পৰা আছোঁ আৰু ভবিষ্যত থাকিম ।।মানে আপুনি এজন নিজে নাস্তিক?? লিখকৰ পুনৰ প্ৰশ্ন =আপুনি কি এই বিষয়ে নিশ্চিত যেনে ধৰক আজিৰ পৰা 1400 বছৰ আগত ধৰ্মন্ধ সকলে এনেধৰণে যুক্তি দিছিল যে মাইৰ পেটত জমজ সন্তান এটা সন্তানে আনটো সন্তানৰ লগত এনেদৰে কথা পাতিছিল , এজন সন্তানে এনেদৰেই কৈছে এই পেটৰ বাহিৰে আৰু একো নাই আৰু এক জনে কৈছে এই পেটত বাহিৰে আৰু এখন বৃহৎ পৃথিৱী আছে ।।এই যুক্তি দি কব বিচাৰিছে যে মৃত্যুৰ পিছতো জীৱন আছে ।।এই যুক্তিৰ দ্বাৰা আপোনাৰ আসনৰ বাহিৰে আৰু কোটি কোটি মহাবিশ্ব আছে তাত আপোনাৰ পাপ পূণ্যৰ হিচাপ হব নে নহয় ?? আপুনি কি নিশ্চিত আপোনাৰ দোষ গুণ কোনেও লক্ষ্য কৰা নাই , পাপ পূণ্যৰ কোনো বিচাৰ নহয়?? ঈশ্বৰৰ Confused দৃষ্টিৰে উত্তৰ হে নাই আমাৰ এইবোৰ একো নহয় , মই আগৰ পৰা আছো আৰু ভৱিষ্যতে থাকিম।। আপুনি কি প্ৰমাণ কৰিব পাৰিব?? ধেই তই বৰ বজ্জাত।।প্ৰসংগক্ৰমে কৈ থোৱা ভাল যে সকলোৰে আঁৰত সৃষ্টিকৰ্তা থাকিব লাগিব, নাইবা সকলো ঘটনাৰে কাৰণ থাকিব লাগিব, এইটো স্বতঃসিদ্ধ বুলি ভাবি লোৱাৰ আচলতে কোনো যৌক্তিক কাৰণ নাই‌। আকাশত যেতিয়া ‘সন্ধ্যাৰ মেঘমালা’ই খেলা কৰে, নাইবা পাহাৰৰ ঢাল বৈ নামি আহে সুচাৰু নক্সাৰ হিমশৈলী, অথবা এজাক বৰষুণৰ পাছত পশ্চিম আকাশত উদয় হয় বৰ্ণিল ৰামধনুৰ, আমি সঁচাকৈয়ে মুগ্ধ হওঁ, বিস্মিত হওঁ‌। কিন্তু আমি এইটোও জানো এইবোৰ সৃষ্টি হৈছে স্ৰষ্টা অবিহনেই, পদাৰ্থবিজ্ঞানৰ কিছুমান সূত্ৰাৱলী অনুসৰণ কৰি‌। ইয়াৰ উপৰিও পদাৰ্থবিজ্ঞান লৈ যিসকলে গৱেষণা কৰে তেওঁলোক সকলোৱেই জানে, ৰেডিঅ’এক্টিভ ডিকৰ মাজেৰে আলফা, বিটা, গামা কণিকাৰ উদ্ভৱ হয় প্ৰকৃতিত কোনোধৰণৰ কাৰণ নোহোৱাকৈয়ে‌, স্বতঃস্ফূৰ্তভাৱে‌। তদুপৰি ‘ভেকুৱাম ফ্লাক্সুৱেচন’ৰ ঘটনাও এটা কাৰণবিহীন ঘটনা বুলি পদাৰ্থবিজ্ঞানৰ জগতত বহুদিন আগৰপৰাই স্বীকৃত‌। আস্তিকতা আৰু নাস্তিকতা বিবাদৰ সাৰাংশ এনেধৰণৰ –
আস্তিক: এই মহাবিশ্ব কোনে সৃষ্টি কৰিলে?? নিশ্চয় ঈশ্বৰে।
নাস্তিক: তেনেহলে ঈশ্বৰক কোনে সৃষ্টি কৰিলে??
আস্তিক: ঈশ্বৰ স্বয়াম্ভু নহলে তেওঁ সকলো সময়তে আছিল ।
নাস্তিক ::তেনেহলে আমিও কব পাৰোঁ এই মহাবিশ্ব স্বয়াম্ভু ( Quantum fluctuations) যোগেদি উদ্ভৱ ) নাইবা মহাবিশ্ব সকলো সময়তে আছিল চিৰ অনন্ত (চাইক্লিক ইউনিভাৰ্চ) হয়তো এইবোৰ জানি শুনিও আমি ঈশ্বৰ বিশ্বাস কৰোঁ কিয়নো ধৰ্মৰ আৰম্ভণি হয় ঈশ্বৰ বিশ্বাস , ধৰ্ম আৰু ভয় সুন্দৰ ভূমিকা আছে সেয়েহে কোনো এজন দাৰ্শনিক কে কৈছিল ধৰ্ম হল ভয় আৰু লোফৰ দ্বাৰা সৃষ্ট এক সত্বা ।।যদি আমি এই মহাবিশ্ব কোনোবা চেতনাযুক্ত সত্বাই সৃষ্টি কৰা বুলি ভাবোঁ তেনেহলে বহু ধৰণৰ স্ব- বিৰোধিতা থাকি যাব , কেনে ধৰণৰ স্ব- বিৰোধিতা থাকে সেইবোৰ আমি পাছত আলোচনা কৰিম ।। সেয়েহে আমাৰ এই বিশ্বব্ৰহ্মাণ্ড খন কেনেকৈ সৃষ্টি হল, প্ৰশ্নটো হে যুক্তিযুক্ত ।। যদি এই জটিল মহা বিশ্ব খন সৃষ্টি কৰিবলৈ এজন Engineer ( অভিযন্তা ) লাগে এই অভিযন্তা জন আকৌ কিমান জটিল ভাবে সৃষ্ট হব লাগিব ??? আৰু এই ইমানেই জটিল অভিযন্তা জন আকৌ কোনে সৃষ্টি কৰিলে ?? বা ইমানেই জটিল অভিযন্তা জন By the accident?? হব পাৰে?? এই প্ৰশ্নটো অহাটো খুবেই স্বাভাৱিক ।। l
গ্ৰীক দাৰ্শনিক সকলে ঈশ্বৰ/ আল্লাক যুক্তিৰে বিচাৰি নাপায় এই জগত অতীতৰে পৰা আছে অৰ্থাৎ কেতিয়াও সৃষ্টি হোৱা নাই বা কোনেও সৃষ্টি কৰা বুলি ভাবি লৈছিল ।। মাজে সময়ে মহামাৰি প্ৰকৃতিক দূৰ্যোগে কোনো এটা সভ্যতা ধ্বংস কৰে আকৌ নতুন সভ্যতা সৃষ্টি হয় ।। এইবাৰ আহকচোন ঈশ্বৰ / আল্লাৰ অস্তিত্বৰ বিষয়ে ঈশ্বৰ আল্লাই নিজে ধৰ্ম গ্ৰন্থ বোৰত কি কৈছে, কোৰাণ 112: 1= কোৱা তেওঁ আল্লাহ , এক অদ্বিতীয় । 112:2= আল্লাহ হৈছে ছামাদ ( তেওঁ কাৰো মুখাপেক্ষী নহয় সকলো তেওঁৰ মুখাপেক্ষী। 112: 3 তেওঁ কাকো জন্ম দিয়া নাই আৰু তেওঁ কাৰো জন্ম লোৱা নাই । 112:4 = আৰু তেওঁৰ সমতুল্য কোনো নাই । এই খিনি হল ইছলাম ধৰ্মৰ আল্লাহৰ পৰিচয় ।। ইয়াৰ পৰা আমি এইটো বুজি পালোঁ যে সৃষ্টি কৰ্তা আগৰ পৰা আছে আৰু ভৱিষ্যতে থাকিব ।। কিন্ত ইয়াৰ ওপৰত কেইটামান সুন্দৰ যুক্তি দিছিল পশ্চিম বংগৰ যুক্তিবাদী লিখক প্ৰবীৰ ঘোষ ডাঙৰীয়াই । যুক্তি 1@ ” ব্ৰহ্মাণ্ডক সৃষ্টি কৰিলে ঈশ্বৰে , কিন্ত ঈশ্বৰক সৃষ্টি কৰিলে কোনে?? প্ৰশ্ন ইয়াতে শেষ নহয় । তাৰ ওপৰত প্ৰশ্ন থাকি যাব ঈশ্বৰম সৃষ্টি কৰা কৰ্তা জনৰ আকৌ সৃষ্টি কৰিলে কোনে?? এনেদৰেই প্ৰশ্ন কৰি থাকিলে আমি কেতিয়াও সমাধান কৰিব নোৱাৰোঁ ।। হয়তো ঈশ্বৰ স্বয়াম্ভু কিন্ত সেই একে যুক্তিত বিশ্বব্ৰহ্মাণ্ড খন কিয় স্বয়াম্ভু হব নোৱাৰে ?? বা কোনো কৰ্তা নোহোৱাকৈ কিয় মহাবিশ্ব সৃষ্টি হব নোৱাৰে????
2) ঈশ্বৰ যি স্থানত বহি মহা বিশ্ব সৃষ্টি কৰিছিল সেই স্থান সৃষ্টি কৰিলে তেওঁ কোন সময়ত?? নে স্থান ঈশ্বৰৰ দৰে স্বয়ম্ভু? স্বয়ম্ভু হলে সকলো বোৰেই স্ৰস্টা হিচাপে ঈশ্ৰক মানিব নোৱাৰি।
3) থিক তেনেদৰেই সময়ৰ কব পাৰি । ঈশ্বৰে যি সময়ত ব্ৰহ্মাণ্ড সৃষ্টি কৰিছিল সেই সময়ক সৃষ্টি কৰিলে কোন সময়ত??
।।প্ৰসংগক্ৰমে কৈ থোৱা ভাল যে সকলোৰে আঁৰত সৃষ্টিকৰ্তা থাকিব লাগিব, নাইবা সকলো ঘটনাৰে কাৰণ থাকিব লাগিব, এইটো স্বতঃসিদ্ধ বুলি ভাবি লোৱাৰ আচলতে কোনো যৌক্তিক কাৰণ নাই‌। আকাশত যেতিয়া ‘সন্ধ্যাৰ মেঘমালা’ই খেলা কৰে, নাইবা পাহাৰৰ ঢাল বৈ নামি আহে সুচাৰু নক্সাৰ হিমশৈলী, অথবা এজাক বৰষুণৰ পাছত পশ্চিম আকাশত উদয় হয় বৰ্ণিল ৰামধনুৰ, আমি সঁচাকৈয়ে মুগ্ধ হওঁ, বিস্মিত হওঁ‌। কিন্তু আমি এইটোও জানো এইবোৰ সৃষ্টি হৈছে স্ৰষ্টা অবিহনেই, পদাৰ্থবিজ্ঞানৰ কিছুমান সূত্ৰাৱলী অনুসৰণ কৰি‌। ইয়াৰ উপৰিও পদাৰ্থবিজ্ঞান লৈ যিসকলে গৱেষণা কৰে তেওঁলোক সকলোৱেই জানে, ৰেডিঅ’এক্টিভ ডিকৰ মাজেৰে আলফা, বিটা, গামা কণিকাৰ উদ্ভৱ হয় প্ৰকৃতিত কোনোধৰণৰ কাৰণ নোহোৱাকৈয়ে‌, স্বতঃস্ফূৰ্তভাৱে‌। তদুপৰি ‘ভেকুৱাম ফ্লাক্সুৱেচন’ৰ ঘটনাও এটা কাৰণবিহীন ঘটনা বুলি পদাৰ্থবিজ্ঞানৰ জগতত বহুদিন আগৰপৰাই স্বীকৃত‌। আস্তিকতা আৰু নাস্তিকতা বিবাদৰ সাৰাংশ এনেধৰণৰ –
আস্তিক: এই মহাবিশ্ব কোনে সৃষ্টি কৰিলে?? নিশ্চয় ঈশ্বৰে।
নাস্তিক: তেনেহলে ঈশ্বৰক কোনে সৃষ্টি কৰিলে??
আস্তিক: ঈশ্বৰ স্বয়াম্ভু নহলে তেওঁ সকলো সময়তে আছিল ।
নাস্তিক ::তেনেহলে আমিও কব পাৰোঁ এই মহাবিশ্ব স্বয়াম্ভু ( Quantum fluctuations) যোগেদি উদ্ভৱ ) নাইবা মহাবিশ্ব সকলো সময়তে আছিল চিৰ অনন্ত (চাইক্লিক ইউনিভাৰ্চ) হয়তো এইবোৰ জানি শুনিও আমি ঈশ্বৰ বিশ্বাস কৰোঁ কিয়নো ধৰ্মৰ আৰম্ভণি হয় ঈশ্বৰ বিশ্বাস , ধৰ্ম আৰু ভয় সুন্দৰ ভূমিকা আছে সেয়েহে কোনো এজন দাৰ্শনিক কে কৈছিল ধৰ্ম হল ভয় আৰু লোফৰ দ্বাৰা সৃষ্ট এক সত্বা ।।যদি আমি এই মহাবিশ্ব কোনোবা চেতনাযুক্ত সত্বাই সৃষ্টি কৰা বুলি ভাবোঁ তেনেহলে বহু ধৰণৰ স্ব- বিৰোধিতা থাকি যাব , কেনে ধৰণৰ স্ব- বিৰোধিতা থাকে সেইবোৰ আমি পাছত আলোচনা কৰিম ।। সেয়েহে আমাৰ এই বিশ্বব্ৰহ্মাণ্ড খন কেনেকৈ সৃষ্টি হল, প্ৰশ্নটো হে যুক্তিযুক্ত ।। যদি এই জটিল মহা বিশ্ব খন সৃষ্টি কৰিবলৈ এজন Engineer ( অভিযন্তা ) লাগে এই অভিযন্তা জন আকৌ কিমান জটিল ভাবে সৃষ্ট হব লাগিব ??? আৰু এই ইমানেই জটিল অভিযন্তা জন আকৌ কোনে সৃষ্টি কৰিলে ?? বা ইমানেই জটিল অভিযন্তা জন By the accident?? হব পাৰে?? এই প্ৰশ্নটো অহাটো খুবেই স্বাভাৱিক ।। l
গ্ৰীক দাৰ্শনিক সকলে ঈশ্বৰ/ আল্লাক যুক্তিৰে বিচাৰি নাপায় এই জগত অতীতৰে পৰা আছে অৰ্থাৎ কেতিয়াও সৃষ্টি হোৱা নাই বা কোনেও সৃষ্টি কৰা বুলি ভাবি লৈছিল ।। মাজে সময়ে মহামাৰি প্ৰকৃতিক দূৰ্যোগে কোনো এটা সভ্যতা ধ্বংস কৰে আকৌ নতুন সভ্যতা সৃষ্টি হয় ।। এইবাৰ আহকচোন ঈশ্বৰ / আল্লাৰ অস্তিত্বৰ বিষয়ে ঈশ্বৰ আল্লাই নিজে ধৰ্ম গ্ৰন্থ বোৰত কি কৈছে, কোৰাণ 112: 1= কোৱা তেওঁ আল্লাহ , এক অদ্বিতীয় । 112:2= আল্লাহ হৈছে ছামাদ ( তেওঁ কাৰো মুখাপেক্ষী নহয় সকলো তেওঁৰ মুখাপেক্ষী। 112: 3 তেওঁ কাকো জন্ম দিয়া নাই আৰু তেওঁ কাৰো জন্ম লোৱা নাই । 112:4 = আৰু তেওঁৰ সমতুল্য কোনো নাই । এই খিনি হল ইছলাম ধৰ্মৰ আল্লাহৰ পৰিচয় ।। ইয়াৰ পৰা আমি এইটো বুজি পালোঁ যে সৃষ্টি কৰ্তা আগৰ পৰা আছে আৰু ভৱিষ্যতে থাকিব ।। কিন্ত ইয়াৰ ওপৰত কেইটামান সুন্দৰ যুক্তি দিছিল পশ্চিম বংগৰ যুক্তিবাদী লিখক প্ৰবীৰ ঘোষ ডাঙৰীয়াই । যুক্তি 1@ ” ব্ৰহ্মাণ্ডক সৃষ্টি কৰিলে ঈশ্বৰে , কিন্ত ঈশ্বৰক সৃষ্টি কৰিলে কোনে?? প্ৰশ্ন ইয়াতে শেষ নহয় । তাৰ ওপৰত প্ৰশ্ন থাকি যাব ঈশ্বৰম সৃষ্টি কৰা কৰ্তা জনৰ আকৌ সৃষ্টি কৰিলে কোনে?? এনেদৰেই প্ৰশ্ন কৰি থাকিলে আমি কেতিয়াও সমাধান কৰিব নোৱাৰোঁ ।। হয়তো ঈশ্বৰ স্বয়াম্ভু কিন্ত সেই একে যুক্তিত বিশ্বব্ৰহ্মাণ্ড খন কিয় স্বয়াম্ভু হব নোৱাৰে ?? বা কোনো কৰ্তা নোহোৱাকৈ কিয় মহাবিশ্ব সৃষ্টি হব নোৱাৰে????
2) ঈশ্বৰ যি স্থানত বহি মহা বিশ্ব সৃষ্টি কৰিছিল সেই স্থান সৃষ্টি কৰিলে তেওঁ কোন সময়ত?? নে স্থান ঈশ্বৰৰ দৰে স্বয়ম্ভু? স্বয়ম্ভু হলে সকলো বোৰেই স্ৰস্টা হিচাপে ঈশ্ৰক মানিব নোৱাৰি।
3) থিক তেনেদৰেই সময়ৰ কব পাৰি । ঈশ্বৰে যি সময়ত ব্ৰহ্মাণ্ড সৃষ্টি কৰিছিল সেই সময়ক সৃষ্টি কৰিলে কোন সময়ত??

প্ৰসংগক্ৰমে কৈ থোৱা ভাল যে সকলোৰে আঁৰত সৃষ্টিকৰ্তা থাকিব লাগিব, নাইবা সকলো ঘটনাৰে কাৰণ থাকিব লাগিব, এইটো স্বতঃসিদ্ধ বুলি ভাবি লোৱাৰ আচলতে কোনো যৌক্তিক কাৰণ নাই‌। আকাশত যেতিয়া ‘সন্ধ্যাৰ মেঘমালা’ই খেলা কৰে, নাইবা পাহাৰৰ ঢাল বৈ নামি আহে সুচাৰু নক্সাৰ হিমশৈলী, অথবা এজাক বৰষুণৰ পাছত পশ্চিম আকাশত উদয় হয় বৰ্ণিল ৰামধনুৰ, আমি সঁচাকৈয়ে মুগ্ধ হওঁ, বিস্মিত হওঁ‌। কিন্তু আমি এইটোও জানো এইবোৰ সৃষ্টি হৈছে স্ৰষ্টা অবিহনেই, পদাৰ্থবিজ্ঞানৰ কিছুমান সূত্ৰাৱলী অনুসৰণ কৰি‌। ইয়াৰ উপৰিও পদাৰ্থবিজ্ঞান লৈ যিসকলে গৱেষণা কৰে তেওঁলোক সকলোৱেই জানে, ৰেডিঅ’এক্টিভ ডিকৰ মাজেৰে আলফা, বিটা, গামা কণিকাৰ উদ্ভৱ হয় প্ৰকৃতিত কোনোধৰণৰ কাৰণ নোহোৱাকৈয়ে‌, স্বতঃস্ফূৰ্তভাৱে‌। তদুপৰি ‘ভেকুৱাম ফ্লাক্সুৱেচন’ৰ ঘটনাও এটা কাৰণবিহীন ঘটনা বুলি পদাৰ্থবিজ্ঞানৰ জগতত বহুদিন আগৰপৰাই স্বীকৃত‌। আস্তিকতা আৰু নাস্তিকতা বিবাদৰ সাৰাংশ এনেধৰণৰ –

Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s