মুছলমানৰ লুটি বাগৰ


মুছলমানৰ লুটি বাগৰ

বিপুল তালুকদাৰ

*** MLA আমিনুল ইছলামে কয় যে, কাশ্মীৰৰ হিন্দুসকল ধৰ্ষণকাৰী আছিল বাবে মুছলমানে তেওলোকক মাৰি মাৰি কাশ্মীৰৰ পৰা খেদি পথিয়ালে ।
অসমত যিহেতু মুছলমানসকলে এটাৰ পিচত আন এটাকৈ ধৰ্ষণকাৰ্য্য চলাই আহিছে , এতিয়া তেও কবনে যে অসমৰ মুছলমানসকল ধৰ্ষণকাৰী গতিকে অসমৰ পৰা এই ধৰ্ষণকাৰী মুছলমানসকলক মাৰি মাৰি খেদি পথিয়াব লাগে ।
অসমত মুছলমানে ধৰ্ষণ কৰিলে তেও কয় যে ধৰ্ষণকাৰীৰ কোনো ধৰ্ম নাই । আকৌ কয় অসমৰ মুছলমানখিনিক চৰকাৰে শিক্ষাৰ পৰা বঞ্চিত কৰি ৰাখিছে । শিক্ষাৰ অভাৱৰ বাবে তেওলোকে ধৰ্ষণ কৰিছে । গতিকে ইয়াৰ বাবে চৰকাৰ দায়ী ।
এনেকুৱা কথা কলে আমিনুলৰ দাড়িকোচা চিঙি দিবৰ মন যায় ।
শ্বেৰমানেতো অসমৰ পৰা এজনো মুছলমানক বাংলাদেশীৰ নামত বহিস্কাৰ কৰিব দিয়া নহব , বৰং প্ৰয়োজন হলে অসম ৰক্তাক্ত হৈ পৰিব বুলি ভাবুকি দি থৈছে ।
ৰকিবুলকতো আৰৱী ভাষাই লগা হ’ল । তাৰ পূৰ্ৱপুৰুষ আৰৱৰ পৰা অহা নেকি ? ৰকিৰ দেউতাকেও অসমখন আলী আৰু কুলিৰ দেশ বুলিহে কৈছিল ।
বদৰৰ মতে NRC ত বাদ পৰা মুছলমানখিনিৰ নাম বাংলাদেশৰ ভোটাৰ লিষ্টত আছেনে নাই প্ৰথমে সেইটো নিশ্চিত কৰিব লাগিব । তাৰ পিচত বাংলাদেশ চৰকাৰে তেনে মানুহক লৱলৈ সন্মতি দিলেহে তেওক খেদিব পাৰিব । বেচেৰা অশিক্ষীত মুছলমানে বোলে লেখা পঢ়া একো নজনা বাবেহে NRC ৰ পৰা বাদ পৰাৰ সম্ভাৱনা আছে ।
অসমৰ মুছলমান নেতাসকলৰ মতলব কংগ্ৰেছী বন্ধুসকলে জানিব পাৰিছে যদিও নজনাৰ ভাও ধৰি থাকে । কংগ্ৰেছী বন্ধুসকল যিদিনা তোমালোকৰ ঘৰৰ ছোৱালী বোৱাৰী ধৰ্ষিতা হব সেইদিনা তোমালোক অনুতপ্ত হবা । সেইদিনা তোমালোকে মহাত্মা গান্ধীৰ সুৰত সুৰ মিলাই কবা, ” মুছলমানৰ হাতত যদি আমাৰ ছোৱালী বোৱাৰী ধৰ্ষিতা হব লগা আছে, তেন্তে সেইটোৱেই হওক ” । নপুংশক, কাপুৰুষ সকলৰ পৰা ইয়াতকৈ আৰু বেছি কিবা আশা কৰিব পাৰিনে ?
অসমত বৰ্তমান যিমান সংখ্যক নাৰী মুছলমানৰ হাতত ধৰ্ষিতা হ’ল , যদি সেই ধৰ্ষিতাবোৰ হিন্দুৰ দ্বাৰা ধৰ্ষিতা মুছলমান নাৰী হ’লহেতেন ? তেতিয়া অসম নহয় , ভাৰত নহয় , মধ্যপ্ৰাচ্যও জ্বলিলেহেতেন । তেতিয়া আমাৰ কংগ্ৰেছী বন্ধুসকলে হিন্দুত্ববাদক ইয়াৰ বাবে দোষাৰোপ কৰিলেহেতেন । মুছলমানে ইয়াৰ বাবে কেতিয়াবা তেওলোকৰ মৌলবাদক দোষাৰোপ কৰিছেনে ?
অকপতে স্বীকাৰ কৰিব লাগিব যে এসময়ত এনে বহু কাৰণত অসমৰ বহু মানুহে আলফাক আকোৱালি লৈছিল । যেতিয়া পৰেশ বৰুৱাই কেৱল হিন্দীভাষীৰ বিৰোধীতা কৰি বাংলাদেশীৰ আগ্ৰাসনত নিমাত হৈ থাকিল তেতিয়া অসমৰ মানুহে আলাফাৰ ওপৰত আস্থা হেৰুৱালে । বহু লোকক সামান্য অপৰাধত আলফাই গুলিয়াই মাৰিলে । কিন্তু নিজৰ মা ভনীৰ ধৰ্ষণকাৰীসকলৰ বিৰুদ্ধে আলফাৰ বন্দুক ক’ত লুকাল ? জাতিদ্ৰোহী মন্তব্য কৰা জনপ্ৰতিনিধি কেইজনৰ কিবা বিচাৰ হবনে ?
অসমৰ মুছলমান জনপ্ৰতিনিধিসকল, আপোনালোকে ধৰ্মীয় স্বাৰ্থক অগ্ৰাধিকাৰ দি অসমীয়াৰ জাতীয় স্বাৰ্থত আঘাট সানিলে অসমত এদিন যি জুই জ্বলিব সেই জুয়ে আপোনাসকলকো পুৰি মাৰিব । ধৰ্মীয় স্বাৰ্থত ধৰ্ষণকাৰী, বাংলাদেশী বা ধৰ্মীয় আগ্ৰাসনৰ পক্ষ্যপাতি নহব । অন্যথা অসম পুণৰবাৰ জ্বলিব ।
আলফা, কংগ্ৰেছ আদিয়ে উপলদ্ধি কৰা উচিত যে অসমৰ খিলঞ্জীয়াই নিজৰ সুৰক্ষাৰ বাবেহে last resort হিচাবে বিজেপিক সমৰ্থন দিছে । বিজেপিয়ে ঠগিলে অসমীয়াই নিজৰ সুৰক্ষাৰ বাবে কি ব্যৱস্থা হাতত লয় সেইটোহে লক্ষ্যণীয় হব । মুঠতে আলফাই জনপ্ৰিয়তা সংগ্ৰহৰ আকৌ এটা সোণালী সুযোগ এটা হেৰুৱালে । লগতে ইয়াৰ দ্বাৰা আলফাই এইটো প্ৰমাণ কৰি দিলে যে তেওলোকে প্ৰকৃততে অসমীয়া মানুহৰ স্বাৰ্থত কাম কৰা নাই বৰং ভাৰতৰ শত্ৰুদেশৰ এজেণ্ট হিচাবেহে কাম কৰিছে ।
মুঠতে সকলোদিশৰ পৰাই অসমৰ ভৱিশ্যত ভাল নহয় । এনে এটা দিন আহিব যিদিনা অসমত “অসমীয়া ৰাজ্য ” দাবী কৰি অসমীয়াই আন্দোলন কৰিব লাগিব ।

Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

3 thoughts on “মুছলমানৰ লুটি বাগৰ”


  1. https://polldaddy.com/js/rating/rating.jsআপুনি উপস্হাপন কৰা বিষয়টো অতি স্পৰ্শকাতৰ, বৰ্তমান সময়ত। ৰাজনৈতিক নেতা সকলে বৰ্তমান সময়ত নিজৰ ধৰ্মক অস্ত্ৰ হিচাপে লৈ বিভিন্ন ৰাজনৈতিক মোনাফা আদায় কৰিবলৈ চেষ্টা কৰিছে। আপুনি ব্যৱহাৰ কৰা মুছলমান মৌলবাদী /হিন্দুত্ববাদী আজিৰ সময়ৰ পৰিচিত শব্দ। ৰাজনৈতিক, সামাজিক সমস্যাৰ পৰালৈ নাৰী নিৰ্যাতনৰ জনিত অপৰাধৰ লৈ সকলো সময় নাগৰিক সকল বিভিন্ন দলত বিভক্ত কৰিবলৈ আজি এচাম মানুহে উঠিপৰি লাগি আছে। যিখন অসম অৰ্থনৈতিক, নিবনুৱা, প্ৰকৃত দূৰ্যোগ আদিৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হোৱা নাই, সেই অসমৰ নাগৰিকে অসমৰ বাহিৰৰ ৰাজ্যৰ সমস্যা মাত মতাটো বা সেই সমস্যাৰ লগত নিজকে জড়িত কৰি সময় অপচয় কৰাটো পুটৌ জনক কথা।
    আনহাতে, কাৰোবক যদি ধৰ্মই ভাত মুঠি যোগান ধৰিব পাৰে কৰ্মৰ অভিহনে তেনেহলে তেখেত সকলে ৰাজহুৱা জীৱন, চৰকাৰী পদবী, বেপাৰ বাণিজ্য ত্যাগ কৰি সেয়াই জীবিকা হিচাপে গ্ৰহণ কৰক। মিছাতে আনৰ জীবিকাৰ ক্ষেত্ৰত বাধা নিদিয়ে যেন।
    আৰু এটা কথা কোনো হিন্দু বা মুছলমানে অসম বা ভাৰতৰ ক্ষতি সাধন কৰিব নুখুজে। মাত্ৰ এচাম ব্যক্তি যাৰ উদেশ্য মাথো শক্তি আহৰণ কৰি ৰাজত্ব কৰা সেই ব্যক্তিজনে পাৰিব। চিকিৎসালয় বিচনাত তেজ গ্ৰহণ কৰি থকা জনে হিন্দু মঙহৰ নে মুছলমান মঙহৰ তেজ সেয়া বিচাৰ কৰিব সুযোগে নেপায়!
    আপুনি উল্লেখ কৰা ব্যক্তিকেইজন ৰাজনৈতিক নেতা। আমাৰ নিচিনা সাধাৰণ মুছলমানৰ সংস্পৰ্শলৈ আহিলে নিশ্চিত ভাবে বুজিব আমাৰ দৈনন্দিন কৰ্মৰাজী কি! ভবিষ্যত পৰিকল্পনা কি!
    চিকিৎসালয়ত কেইদিনমান থাকিলে অতুল্য ভাৰতৰ মানচিত্ৰ খন দেখিব। যত সকলো একাকাৰ হৈ মিলিজুলি থাকে। আপুনি ভাল লিখে কেতিয়া আমাৰ নিচিনা সাধাৰণ মানুহৰ কথাবোৰ প্ৰকাশ কৰিব। অতি বিশিষ্ট্য ডাঙৰ মানুহ বোৰক লৈ সকলো ব্যস্ত আমাৰ কাৰনে মানুহৰ অভাৱ।
    ধন্যবাদ

    Like

    1. পষ্টটো মোৰ নহয় বুলি কৈছিলো নেকি। বিপুল তালুকদাৰহে পষ্টটোৰ লেখক। মই মোৰ ছাইটত দিছোহে।

      Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s