কৌতুক


কৌতুক

এখন গাওঁত “সৰু ভাই” আৰু “ডাঙৰ ভাই” নামেৰে দুজন ককাই-ভাই আছিল ।
এদিন কিবা কাৰণত দুয়োৰে মাজত কাজিয়া লাগিল । কাজিয়া এনে অৱস্হা পালেগৈ যে বিচাৰ কৰিবলৈ ইংৰাজ বিষয়া আহিব লগা হ’ল । গাওঁ খনত কথা পাতিব পৰা মানুহ একমাত্ৰ গাওঁবুঢ়া জনহে আছিল সেয়েহে ইংৰাজ বিষয়া এজনে সুধিলে:-
What is a matter গাওঁবুঢ়া কাই ?

গাওঁবুঢ়া:- The matter is কাজিয়া,, between ডাঙৰ ভাই and সৰু ভাই । ডাঙৰ ভাই giving মাধমাৰ to সৰু ভাই by a ওখনা মাৰি, but সৰু ভাই is not কমবস্তু !
He ৰেপিং ডাঙৰ ভাই নেলু by a কাচি ।

ইংৰাজ সকলে সকলো কথা বুজি পালে মাত্ৰ কাচি কি সেইটো হে নুবুজিলে । সেয়ে সুধিলে:-
What is কাচি ?

গাওঁবুঢ়া:- কাচি is a বেকেটা বস্তু , ইয়াৰে one side is খলপা- খলপি and one side is মিহি ।

ইংৰাজ বেহুজ…!!
😂😂😂

Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s