ধৰ্ষন বনাম সাম্প্ৰদায়িকতা


ধৰ্ষন আৰু হত্যাকাণ্ড সেইবোৰকো মানুহে এতিয়া ধৰ্ম আৰু সম্প্ৰদায়ৰ দৃষ্টিভংগীৰে চাবলৈ আৰম্ভ কৰিছে। তেনেবোৰ ঘটনাত ভূক্তভোগীক ন্যায় দিয়াটোতহে গুৰুত্ব দিব লাগে। অসমত ধাৰাবাহিকভাৱে সংঘটিত হৈ থকা ধৰ্ষন সমূহেই হওঁক বা কাশ্মীৰত মন্দিৰৰ ভিতৰত আবদ্ধ কৰি ৰাখি ধৰ্ষন কৰা ঘটনাটোৱেই হওঁক সকলো ঘটনাৰে অপৰাধীৰ উচিত শাস্তি মানে মৃত্যু দণ্ড হোৱা উচিত। মানৱতাতকৈ ধৰ্ম ডাঙৰ হ’ব নোৱাৰে আৰু যত মানৱতাই নাই তেনে ধৰ্ম মানুহৰ ধৰ্ম নহয় চয়তানৰহে ধৰ্ম হ’ব। হিন্দু একতা সভা নে কোনোবা এটা সংগঠনে কাশ্মীৰৰ ঘটনাটোৰ ধৰ্ষনকাৰীক সমৰ্থন দি মাত মতা বুলি খবৰ ওলাইছে। কিন্তু আমাৰ মত পুৰোহিত ৰূপী সেই চয়তানজনক কাশ্মীৰৰ জনতাই টুকুৰা টুকুৰকৈ কাটি তাৰ গাৰ মঙহ শিয়াল কুকুৰক খোৱালেও তাৰ শাস্তি কম হ’ব বুলি আমি ভাবো। মন্দিৰত আবদ্ধ কৰি ৰাখি ভাত পানী নিদিয়াকৈ উপৰ্যুপৰি ধৰ্ষন কৰি হত্যা কৰা ধৰ্ষিতাৰ যন্ত্ৰনাক যিসকলে ধৰ্মীয় বা সাম্প্ৰদায়িক দৃষ্টিৰে চাইছে আৰু সমৰ্থন কৰিছে তেওঁলোকো চয়তানৰ সম পৰ্য্যায়ৰ ব্যক্তি । জঘন্য অপৰাধ আৰু অপৰাধীক সমৰ্থন কৰাৰ অপৰাধত তেওঁলোকৰো উচিত শাস্তি হ’ব লাগে।

জয় হিন্দ।

Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s