ৰাজ্যৰ লাখ লাখ নিবনুৱালৈ সুখবৰ


ৰাজ্যৰ লাখ লাখ নিবনুৱালৈ সুখবৰ

অসম আৰক্ষীৰ ৫,৬২৪টা পদত শীঘ্ৰেই নিযুক্তি

১০ দিনৰ ভিতৰত প্ৰকাশ পাব বিজ্ঞাপন

ইয়াৰে ১৩০টা উপ–পৰিদৰ্শক, ১,৮৫১টা UB কনিষ্টবল পদ

প্ৰকাশ পাব ৩,৬৪৩টা AB কনিষ্টবল পদৰো বিজ্ঞাপন

বন বিভাগ, কাৰাগাৰ আৰু AISFতো অচিৰে নিযুক্তি

ইয়াৰে ৫২৫টা পদ ফৰেষ্ট গাৰ্ডৰ, ১৩৫টা জে’ল ৱাৰ্ডেনৰ

AISFৰ ১৪৫ পদতো শীঘ্ৰে দিয়া হ’৸ব নিযুক্তি

২% পদ সংৰক্ষিত থাকিব গৃহৰক্ষী, খেলুৱৈ, SPOৰ বাবে

লগতে প্ৰাক্তন উগ্ৰপন্থী আৰু VDPৰ বাবে হ’ব আসন সংৰক্ষণ

উগ্ৰপন্থী জৰ্জৰিত অঞ্চলৰ লোকৰ বাবে থাকিব ১০% সংৰক্ষণ

উগ্ৰপন্থী জৰ্জৰিত অঞ্চলৰ বাবে নিৰ্মাণ হ’ব ৮০খন থানা

মহিলা আৰক্ষীৰ বাবে সহজ হ’ব শাৰীৰিক পৰীক্ষা

ফলাফলসমূহ উপলব্ধ হ’ব অসম আৰক্ষীৰ ৱেবছাইটত

ঘোষণা ৰাজ্যিক আৰক্ষী নিয়োগ বোৰ্ডৰ অধ্যক্ষ প্ৰদীপ কুমাৰৰ

Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s