আহতৰ ঔষধি গুন


আহতৰ ঔষধি গুণ

আহতৰ ঔষধি গুণ প্ৰায়েই জানে। অতি কমেও ষাঠি বিধমান দৰৱত ইয়াক ব্যৱহাৰ কৰা হয়। বহুমূত্ৰ, এজমা, ডায়েৰীয়া, হৃদৰোগৰ বিভিন্ন বিসংগতি আদিত আহত পাত , গুটি ব্যৱহাৰ কৰি অহা হৈছে। কিডনিৰ বিষত আহতৰ ছাল পিচি গুড় মিহলাই খালে বিষ কমি যায়। কাঠ আচিনা হলে আহতৰ পাত সেকি আচিনাত কিছুসময় বান্ধি ৰাখিলে উপকাৰ পাব , এনেকৈ কেইদিনমান কৰিব লাগিব। তেনেদৰে ঘাঁ ফোহাঁ হলে আহতৰ পাত গৰম কৰি দুই তিনিবাৰ মান সেই ঠাইত সেক দিলে পকি ফাটি অপকাৰী বস্তুবোৰ বাহিৰ হয়। মুখত চূণে ডাকিলে আহতৰ ছাল গুৰি কৰি সেই স্থানত লগাব। শৰীৰত আঘাত পালে আহতৰ কোমল পাত পিচি সামান্য গুড় মিলাই সৰু সৰু বৰি বনাই গাখীৰৰ লগত দিনে দুটাকৈ খাব। যকৃতৰ বিষ হলে আহতৰ ছাল পাত শিপা ফুল আৰু গুটি একেলগে পিচি, তাত নাৰিকল তেল আৰু নিমখ মিলাই পানীৰ লগত খালে বহুত উপকাৰ পাব। যক্ষ্মা ৰোগতো এই দৰৱে কাম দিয়ে। হৃদ ৰোগত ইয়াৰ কোমল পাত পিচি গাখীৰৰ লগত খালে হৃদ ৰোগৰ সমস্যা দূৰ হয়।
Image may contain: plant, nature and outdoor
Image may contain: plant, nature and outdoor
Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s