আগন্তুক দুই দশক বা ২০ বছৰৰ ভিতৰৰ অসমৰ ভৱিষ্যত


আগন্তুক দুই দশক বা ২০ বছৰৰ ভিতৰত অসমৰ দশা এনেধৰনৰ হ’ব-

১) বড়োলেণ্ড লৈ বড়োসকল পৃথক হ’ব, আৰু মোগল ও বঙালক পৰাস্ত কৰি নিজৰ স্বাধীনতা কোনোমতে ৰক্ষা কৰিব।

২) পাহাৰীয়া জিলা দুখনেও নিজকে যেনে তেনে ৰক্ষা কৰিবলৈ সক্ষম হ’ব।

৩) গুৱাহাটীৰ পৰা সমগ্ৰ নামনি অঞ্চল মোগলে সম্পূৰ্ণ দখল কৰিব আৰু তাতে কোঠ পাতি উজনি দখলৰ চেষ্টা চলাব।

ঐতিহাসিক শৰাইঘাটতে পুনৰ শেষবাৰলৈ এখন তয়াময়া যুঁজ হ’ব। সেইখন ৰণত কিন্তু অসমৰ বাকী খিলঞ্জীয়া মানুহৰ পৰাজয় হ’ব।

শৰাইঘাটৰ শেষ ৰণ বেলট বাকচেৰে নহয়, ঢাল তৰোৱাল আৰু হিলৈ বাৰুদেৰেহে হ’ব সেই একেই ঐতিহাসিক “শৰাইঘাট” নামৰ ঠাই ডোখৰতে।

বিঃদ্ৰঃ- সেই সকলোবোৰ ঘটনা সংঘটিত হোৱাৰ আগতে দিল্লীৰ সম্ৰাটে অসমৰ দায়িত্ব ত্যাগ কৰিব। তাৰ কাৰণ পিছত আলোচনা কৰিম।

Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s