ক্লান্তি


                 । । । ।  । ক্লান্তি  । । । । । 
“ইমান সোনকালেই মই ক্লান্ত হৈ পৰিছো । অথচ এই প্ৰাচীন আকাশখনে প্ৰতি প্ৰভাততে তাৰ গভীৰ নীলা চকুটো বহলকৈ মেলে। এটা সুখী ৰঙীয়াল ল’ৰাই খেলিবলৈ যেনেকৈ ঢপলিয়াই যায়, ঠিক তেনেকৈ এই প্ৰাচীন বিশাল নদীখনে দিন-ৰাতি নগণি একে গতিৰে বৈয়েই থাকে । সুদীৰ্ঘ বিবাহিত জীৱনৰ পিছতো এই সূৰ্য্যটো প্ৰতিদিনেই নতুন দৰা হৈ ওলাই আহে। পোহৰৰ লহৰৰ মাজত সাঁতুৰি গান গাই ফুৰা ভৰত পখীৰ দৰে তৰাবোৰে এতিয়াও আকাশত গান গাই থাকে । এই আটাইবোৰ প্ৰাচীন বস্তুৰে কেতিয়াও ভাগৰ নালাগে । কেৱল মইহে ইমান সোনকালে ক্লান্ত হৈ বিচনাৰ আশ্ৰয় বিচাৰিছো ।”

Advertisements

Author: Tultul Kutum

I am a policeman, article writer & YouTuber

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s